• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰাজয়ৰ ভয়! আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন পিচুৱাব বিচাৰিলে ট্ৰাম্পে,বিৰোধীৰ প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2020 8:31 am

2 min read

donald-trump-address
439
VIEWS
Share on FacebookShare on Twitter

পৰাজয়ৰ ভয়ে খেদি ফুৰিছে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ খনৰ ৰাষ্ট্ৰপতি গৰাকীক।

সেইবাবেই ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পিচুওৱাত উঠি-পৰি লাগিছে তেওঁ।

চলিত বৰ্ষৰ ৩ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন স্থিৰ কৰা হৈছিল যদিও এতিয়া বিভিন্ন অজুহাত উলিয়াই ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্বাচন পিচুৱাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ ট্ৰাম্পে তেওঁৰ টুইটাৰত কৈছে যে ক’ৰ’ণাতংকৰ বাবে আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পোষ্টেল ভোটিঙৰ জৰিয়তে যি নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা হৈছে সেয়া নিখুঁত আৰু নিকা নহ’ব।

সেইবাবে জনতাই যেতিয়ালৈ সুৰক্ষিত আৰু মুক্ত মনেৰে ভোটদান কৰিব নোৱাৰে তেতিয়ালৈ নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে।

ট্ৰাম্পৰ এই টুইটৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান উভয় দলৰে ছিনেটৰ সকলে।

ট্ৰাম্পৰে সহযোগী ক’ৰি গাৰ্ডনাৰে ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কৈছে যে চিভিল ৱাৰ,গ্ৰেট ডিপ্ৰেছন আৰু দুখনকৈ বিশ্ব যুদ্ধৰ দৰে গুৰুতৰ পৰিস্থিতিতো আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল।

With Universal Mail-In Voting (not Absentee Voting, which is good), 2020 will be the most INACCURATE & FRAUDULENT Election in history. It will be a great embarrassment to the USA. Delay the Election until people can properly, securely and safely vote???

— Donald J. Trump (@realDonaldTrump) July 30, 2020

গতিকে এতিয়া অনুষ্ঠিত কৰিব নোৱাৰাৰ প্ৰশ্ন উঠিব নোৱাৰে।

উল্লেখ্য ২০২১ চনৰ ২০ জানুৱাৰীত ট্ৰাম্পৰ কাৰ্যকাল অন্ত পৰিব।

কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা কেতবোৰ ভুল নীতি আৰু ক’ৰ’ণাতংকৰ বাবে এতিয়া ভয়ংকৰ মন্দাৱস্থাৰ গৰাহত আমেৰিকা। দেশখনত নিতৌ হাজাৰ হাজাৰ লোকে হেৰুৱাইছে কৰ্ম সংস্থাপন।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি কৃষ্ণাংগ হত্যাৰ প্ৰতিবাদ আছেই।

এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ আসনত ট্ৰাম্পক মাৰ্কিন জনতাই পুনৰবাৰ হয়তো নিবিচাৰিব।

সেয়ে পোষ্টেল ভোটিং বেয়া বুলি ট্ৰাম্পে পিচুৱাব বিচাৰিছে নিৰ্বাচন

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd