• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্গিল বিজয় দিৱস উপলক্ষে দিল্লী আৰ্মি হস্পিটেললৈ ২০ লাখ টকাৰ সাহায্য ৰাষ্ট্ৰপতি কোবিন্দৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 26, 2020 5:25 pm

1 min read

কাৰ্গিল বিজয় দিৱস উপলক্ষে দিল্লী আৰ্মি হস্পিটেললৈ ২০ লাখ টকাৰ সাহায্য ৰাষ্ট্ৰপতি কোবিন্দৰ
790
VIEWS
Share on FacebookShare on Twitter

কাৰ্গিল বিজয় দিৱসৰ দিনাখন দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দিল্লী আৰ্মি হস্পিটেলৰ চিকিৎসক সকলৰ বাবে উন্নত কোভিড-১৯ প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰাৰ বাবে ২০ লাখ টকাৰ সাহায্য আগবঢায়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আগবঢ়োৱা সাহায্যৰে দিল্লী আৰ্মি হস্পিটেলৰ চিকিৎসক সকলৰ বাবে উন্নত প্ৰযুক্তিৰ চিকিৎসা সামগ্ৰী ক্ৰয় কৰা হ’ব বুলি চিকিৎসালয় কৰ্তৃপক্ষয় উল্লেখ কৰে।

অদৃশ্য শত্ৰুৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত ৰাষ্ট্ৰপতি গৰাকীৰ এই সাহায্যই কোভিড যোদ্ধা সকলক বিশেষভাৱে সহায় কৰিব।

উল্লেখযোগ্য যে, আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো বীৰ চহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

”দেশৰ একতা,  অখণ্ডতা আৰু সুৰক্ষাৰ বাবে সেনা বাহিনীৰ অৱদানক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। তেওঁলোকৰ অৱদানে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে,” প্ৰধান মন্ত্ৰীয়ে এইদৰে কয়।

তাৰোপৰি, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওটা বিভাগৰে সেনা প্ৰধান আৰু চি ডি এছ বিপিন ৰাৱাটৰ সৈতে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd