• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধীৰ প্ৰতিবাদৰ মাজতে তিনি কৃষি বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ স্বাক্ষৰ, পৰিণত হ’ল আইনত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2020 7:51 pm
ramna
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰছকে ধৰি দেশৰ বিৰোধী দল সমূহৰ প্ৰৱল প্ৰতিবাদৰ মাজতো আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকসভা আৰু ৰাজ্যসভাই ইতিমধ্যে গৃহীত কৰা তিনিখন কৃষি বিধেয়কত স্বাক্ষৰ কৰে।

ৰাষ্ট্ৰপতিয়ে বিধেয়ক তিনিখনত স্বাক্ষৰ কৰাৰ লগে লগে তিনিও খন বিধেয়ক আইনত পৰিণত হ’ল।

Apply Now

কৃষি বিধেয়ক কেইখনে এতিয়াৰে পৰা কৃষকৰ উৎপাদিত শস্য পোনপটীয়াকৈ বনিক গোষ্ঠীয়ে ক্ৰয় কৰি লোৱাৰ বাট সুগম কৰিলে।

কৃষি বিধেয়কৰ ফলশ্ৰুতিত দেশৰ পৰা মাণ্ডি ব্যৱস্থা এক প্ৰকাৰ উঠি যাব আৰু তাৰ ঠাইত কৃষকৰ উৎপাদিত ফচল বিপননৰ অধিকাৰ লাভ কৰিব বেচৰকাৰী কোম্পানীয়ে।

ইপিনেকেন্দ্ৰৰ বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভা ত্যাগ কৰাৰ পাছত এইবাৰ NDA এৰিলে শিৰোমণি আকালি দলে।

আকালি দলৰ নেতা সুখবীৰ সিং বাদলে শনিবাৰে এই কথা ঘোষণা কৰে।

যোৱা সপ্তাহত লোকসভাত কৃষি বিধেয়ক গৃহীত হোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল আকালি দলৰ নেত্ৰী হৰছিমৰৎ কৌৰ বাদলে।

যোৱা ১৭ ছেপ্টেম্বৰত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল হৰছিমৰৎ কৌৰ বাদলে। ইয়াৰ পাছতো বিজেপিয়ে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনালে। পাছদিনা ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে।

শনিবাৰে শিৰোমণি আকালি দলৰ ক’ৰ কমিটিৰ বৈঠকত NDAৰ আটাইতকৈ পুৰণি মিত্ৰদলটোৱে NDAএৰাৰ সিদ্ধান্ত লয়।

ইপিনে, সমগ্ৰ পঞ্জাৱত কৃষি বিধেয়কৰ বিৰোধিতাৰে প্ৰবল আন্দোলনত নামি পৰিছে শিৰোমণি আকালি দলে।

শুকুৰবাৰে ৰাজ্যখনত সৰ্বাত্মক বন্ধ পালন কৰা হয় আৰু বিভিন্ন স্থানত আন্দোলনকাৰীসকলে ৰে’ল অৱৰোধ কৰে।

শিৰোমণি আকালি দলে স্পষ্টভাৱে কৈছে যে এই কৃষি বিধেয়ক কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী। ইয়াৰ ফলত কৃষি পণ্যৰ মূল্য নিয়ন্ত্ৰণ পুঁজিপুতিৰ হাতলৈ গুচি যাব আৰু তেওঁলোকৰ ইচ্ছামতে দৰ দি কৃষকৰ পৰা শস্য ক্ৰয় কৰিব।

কৃষি বিধেয়কৰ বিৰুদ্ধে দুমাহ ধৰি বিশাল প্ৰতিবাদৰে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈছে কংগ্ৰেছ। তেওঁলোকে ইতিমধ্যে  সেই অভিযান আৰম্ভ কৰিছে।

দেশৰ ২কোটি কৃষকৰ স্বাক্ষৰ সম্বলিত প্ৰতিবাদ পত্ৰ ইতিমধ্যে কংগ্ৰেছৰ হাইকমাণ্ডৰ হাতত অৰ্পণ কৰা হৈছে। অৱশ্যে আইনত পৰিণত হোৱাৰ পিছত এনে প্ৰতিবাদৰো গুৰুত্ব ভালেখিনি কমি গ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd