• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ স্বাক্ষৰেৰে আইনত পৰিণত নাগৰিকত্ব সংশোধনী বিধেয়ক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 13, 2019 9:58 am

1 min read

President Kovind

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

3.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ তীব্ৰ বিৰোধিতাৰ মাজতে কেন্দ্ৰ চৰকাৰে বিগত ৯ ডিচেম্বৰত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত ১১ ডিচেম্বৰত ৰাজ্যসভাতো বিতৰ্কত বিধেয়কখন গৃহীত হয়।

১১ ডিচেম্বৰত ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত অসমত বিধেয়ক বিৰোধী আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰে।

সমগ্ৰ অসমৰ প্ৰতিবাদক দমন কৰাৰ উদ্দেশ্যে চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে বিভিন্ন জিলাত সান্ধ্য আইন জাৰি কৰে।

অসমৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতে ১২ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুয়োখন সদনত গৃহীত হোৱা বিধেয়কখনত স্বাক্ষৰ প্ৰদান কৰে।

ৰাষ্ট্ৰপতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনত স্বাক্ষৰ প্ৰাদন কৰাৰ লগে লগে ই আইনত পৰিণত হয়।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে অহা হিন্দু, খ্ৰীষ্টান, শিখ,বৌদ্ধ আৰু জোৰাষ্টিয়ান ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd