• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ

মহাত্মা,কোভিড,ৰামমন্দিৰ কোনো বিষয়েই নপৰিল বাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 14, 2020 8:58 pm

1 min read

_president-ram-nath-kovind-
188
VIEWS
Share on FacebookShare on Twitter

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে।

ভাষণত কোবিন্দে ক’ৰ’ণা যুদ্ধত প্ৰাণাহুতি দিয়া কোভিড যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মহামানৱ মহাত্মা গান্ধীৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে দেশৰেই সৌভাগ্য যে দেশে স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিয়াৰ বাবে মহাত্মা গান্ধীৰ দৰে নেতা এগৰাকীক পাইছিল।

গান্ধীজীৰ আদৰ্শ এতিয়া বিশ্বই অনুসৰণ কৰা বুলিও তেওঁ মন্তব্য কৰে। কোবিন্দে কয় যে পৰিবেশ সুৰক্ষাৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ক্ষেত্ৰতে মহাত্মাৰ প্ৰাসংগিকতা আহি পৰিছে।

তেওঁ নিজৰ জীৱনকো তুচ্ছ কৰি কোভিড যুদ্ধৰ সন্মুখৰ যোদ্ধা হিচাবে কাম কৰা চিকিৎসক,নাৰ্ছ,চিকিৎসাকৰ্মী সকলৰো শলাগ লয়।

চীনৰ নাম উল্লেখ নকৰাকৈ কোবিন্দে চীনৰ দৰে দেশৰ আগ্ৰাসনবাদ সহ্য কৰা নহব বুলি সঁকিয়াই দিয়ে।

জনতাৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথাও কোবিন্দে তেওঁৰ ভাষণত উল্লেখ কৰে।

কোবিন্দে কয় যে দুখীয়া লোক সকলক চৰকাৰৰ ৰেছন নীতিয়ে উপকৃত কৰিছে।

ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায় সকলোৱে মানি লোৱাত সন্তোষ প্ৰকাশ কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd