• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সংবাদ মাধ্যম গভীৰ সংকটত’; প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্য বি আৰ গুপ্তাৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 4:26 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

23k
VIEWS
Share on FacebookShare on Twitter

প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া (PCI)ৰ সদস্য বি আৰ গুপ্তাই সংবাদ মাধ্যমৰ হকে ব্যক্তিগত বা সামূহিকভাৱে কাম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি নিজৰ পদবীৰ পৰা পদত্যাগ কৰিছে।

পদত্যাগপত্ৰত গুপ্তাই বৰ্তমান সময়ত সংবাদ মাধ্যম এক ‘গভীৰ সংকটত’ আছে বুলি উল্লেখ কৰি কয় যে PCI-ৰ দায়িত্ব আছিল সংবাদ মাধ্যম আৰু ইয়াৰ কৰ্মীসকলক অবিচ্ছিন্নভাৱে উৎসাহ যোগাই অহা।

‘কিন্তু এতিয়া সকলোৱে উপলব্ধি কৰিছে যে সংবাদ মাধ্যম এক গভীৰ সংকটত আছে,’ গুপ্তাই কয়।

যি উদ্দেশ্য লৈ PCI গঠন হৈছিল তাত ই উপনীত হ’ব পৰা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তেওঁ নিজেও সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ হকে বিশেষ একো কৰি থকা নাই।

তেওঁ আৰু কয় যে সংবাদ মাধ্যম আৰু সংবাদকৰ্মীসকলে সন্মুখীন হৈ থকা সংকটৰ পৰা ওলাই অহাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

গণতন্ত্ৰক অধিক শক্তিশালী কৰাৰ বাবে জনসাধাৰণ আৰু সংবাদ মাধ্যমক সহায় কৰিবলৈ নিৰপেক্ষ ভূমিকা আৰু দায়িত্ব গ্ৰহণ কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল, তেওঁ কয়।

সংবাদ মাধ্যমৰ লোকসকলে চাকৰী হেৰুৱা আৰু দৰমহা কৰ্টন হোৱা বিষয়টো উল্লেখ কৰি তেওঁ কয়, ‘সংবাদকৰ্মীসকলে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায়ৰ বাবে যুঁজি আছে’।

অৱশ্যে PCI-ৰ অধ্যক্ষ ন্যায়াধীশ চি কে প্ৰসাদে এই পৰ্যন্ত গুপ্তাৰ পদত্যাগপত্ৰ গ্ৰহণ কৰা নাই।

Recent News

গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

তিৰুপতী বালাজী মন্দিৰৰ লাড়ুত পশুৰ চৰ্বি পৰীক্ষা কৰিবলৈ সংস্থাপিত নতুন মেচিন

তিৰুপতী বালাজী মন্দিৰৰ লাড়ুত পশুৰ চৰ্বি পৰীক্ষা কৰিবলৈ সংস্থাপিত নতুন মেচিন

২০ লাখ মৃত ভোটাৰ, ২৩ হাজাৰ বিধানসভা নিৰ্বাচনত পিছ পৰি ৰ’ল! ‘নিবিড় পুনৰীক্ষণ’ই সলনি হ’ব পাৰে বিহাৰৰ নিৰ্বাচনৰ ফলাফল

২০ লাখ মৃত ভোটাৰ, ২৩ হাজাৰ বিধানসভা নিৰ্বাচনত পিছ পৰি ৰ’ল! ‘নিবিড় পুনৰীক্ষণ’ই সলনি হ’ব পাৰে বিহাৰৰ নিৰ্বাচনৰ ফলাফল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd