• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সংবাদ মাধ্যম গভীৰ সংকটত’; প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্য বি আৰ গুপ্তাৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 4:26 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া (PCI)ৰ সদস্য বি আৰ গুপ্তাই সংবাদ মাধ্যমৰ হকে ব্যক্তিগত বা সামূহিকভাৱে কাম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি নিজৰ পদবীৰ পৰা পদত্যাগ কৰিছে।

পদত্যাগপত্ৰত গুপ্তাই বৰ্তমান সময়ত সংবাদ মাধ্যম এক ‘গভীৰ সংকটত’ আছে বুলি উল্লেখ কৰি কয় যে PCI-ৰ দায়িত্ব আছিল সংবাদ মাধ্যম আৰু ইয়াৰ কৰ্মীসকলক অবিচ্ছিন্নভাৱে উৎসাহ যোগাই অহা।

Apply Now

‘কিন্তু এতিয়া সকলোৱে উপলব্ধি কৰিছে যে সংবাদ মাধ্যম এক গভীৰ সংকটত আছে,’ গুপ্তাই কয়।

যি উদ্দেশ্য লৈ PCI গঠন হৈছিল তাত ই উপনীত হ’ব পৰা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তেওঁ নিজেও সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ হকে বিশেষ একো কৰি থকা নাই।

তেওঁ আৰু কয় যে সংবাদ মাধ্যম আৰু সংবাদকৰ্মীসকলে সন্মুখীন হৈ থকা সংকটৰ পৰা ওলাই অহাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

গণতন্ত্ৰক অধিক শক্তিশালী কৰাৰ বাবে জনসাধাৰণ আৰু সংবাদ মাধ্যমক সহায় কৰিবলৈ নিৰপেক্ষ ভূমিকা আৰু দায়িত্ব গ্ৰহণ কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল, তেওঁ কয়।

সংবাদ মাধ্যমৰ লোকসকলে চাকৰী হেৰুৱা আৰু দৰমহা কৰ্টন হোৱা বিষয়টো উল্লেখ কৰি তেওঁ কয়, ‘সংবাদকৰ্মীসকলে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায়ৰ বাবে যুঁজি আছে’।

অৱশ্যে PCI-ৰ অধ্যক্ষ ন্যায়াধীশ চি কে প্ৰসাদে এই পৰ্যন্ত গুপ্তাৰ পদত্যাগপত্ৰ গ্ৰহণ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm
চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd