DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী-বিত্ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

এন ই নাও নিউজ, কাজি জেইদুল ইছলাম by এন ই নাও নিউজ, কাজি জেইদুল ইছলাম
September 30, 2019 5:42 pm
601
VIEWS
Share on FacebookShare on Twitter

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছে মহানগৰীৰ ৰাজপথতে প্ৰধান মন্ত্ৰীৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে।

সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা নিয়ন্ত্ৰণ কৰা আৰু নিৱনুৱাক কৰ্মসংস্থাপন দিয়াৰ দাবীত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি শতাধিক যুৱক কংগ্ৰেছীয়ে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

যুৱ কংগ্ৰেছী সকলে ৰাজীৱ ভৱনৰ সন্মুখত ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, নিৱনুৱা সমস্যা সমাধান কৰক’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

তাৰোপৰি প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী উত্থাপন কৰি ডিঙিত পিঁয়াজৰ মালা পিন্ধি পিঁয়াজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰো দাবী জনায়।

বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে বিজেপি দলৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু বিজেপি দলৰ বিধায়ক প্ৰশান্ত ফুকনক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনায় ৷

আনহাতে বিশ্বনাথতো বিশ্বনাথ জিলা যুৱ কংগ্ৰেছে পিয়াঁজৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।

উপ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিমটো দিনত অৰ্থনৈতিক মন্দাৱস্হা, নিৱনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd