• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱৰ্তনৰ মহিমা! এপ্ৰিল মাহৰ পৰা ২০ শতাংশ বৃদ্ধি পাব পাৰে ভিটামিনকে ধৰি সকলো ঔষধৰ দাম

‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা কোৱা মোদীৰ চৰকাৰে দৰৱৰ কেঁচামাল আনে চীনৰ পৰাহে!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2021 8:08 am
a drugs
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশলৈ পৰিৱৰ্তনৰ ধাৰা দুৰন্ত গতিত নামি আহিছে।

সেই কথাৰ প্ৰমাণ ইতিমধ্যে ঘৰুৱা ব্যৱহৃত গেছ ছিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্যবৃদ্ধিৰ পৰাই প্ৰমাণ হৈছে।

Apply Now

মূল্যবৃদ্ধিয়ে টেটুচেপা দিয়া দেশৰ জনতাৰ ওপৰত আন এক মাধমাৰ শোধাই অহা এপ্ৰিল মাহৰ পৰা দেশত বৃদ্ধি পাব প্ৰতি বিধ দৰৱৰে দাম।

ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান সমূহে নৰেন্দ্ৰ মোদীৰ চৰকাৰক ঔষধৰ দাম কমেও ২০ শতাংশ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ আগবঢাইছিল সেই প্ৰস্তাৱত চৰকাৰে ইতিমধ্যে সেউজ সংকেত দিছে।

সেয়ে এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাৰকৈ ভিটামিনকে ধৰি আন সকলো দৰৱৰ দাম কমেও ২০ শতাংশ বৃদ্ধি পাব পাৰে বুলি নেছনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটিয়ে প্ৰকাশ কৰিছে।

মোদীৰ চৰকাৰে ২০২০ চনত দৰৱৰ হোলচেল প্ৰাইচ ইনডেক্স ০.৫ শতাংশলৈ পৰিৱৰ্তন কৰিছিল।

ক’ৰ’ণাৰ সংহাৰ চলি থকাৰ সময়তে চৰকাৰে  ক’ৰ’ণাৰ চিকিৎসাৰ লগতে আন ৰোগৰ চিকিৎসাতো ব্যৱহাৰ হোৱা হেপাৰ্ৰিন ইঞ্জেকছনৰ মূল্য একে কোবে ৫০ শতাংশ বৃদ্ধি কৰি দৰৱ বিধৰ মূল্যৰ ক্ষেত্তৰত আমূল ‘পৰিৱৰ্তন’ সাধন কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থকা মদীৰ চৰকাৰে হৃৰোগৰ পৰা আৰম্ভ কৰি ভিটামিন আৰু আন প্ৰায় সংখ্যক ঔষধ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল চীনৰ পৰা আমদানি কৰি আহিছে।

ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানৰ এগৰাকী বিষয়ববীয়াই প্ৰকাশ কৰা অনুসৰি চীনে ঔষধ প্ৰস্তুতত ব্যৱহাৰ হোৱা কেঁচামালৰ মূল্য বঢ়াই দিয়াৰ লগতে সাগৰীয় পথেৰে কেঁচামল আনোতে হোৱা খৰচ বৃদ্ধিৰ বাবে দেশত ঔষধৰ দাম কমেও ২০ শতাংশ বঢ়াবলগীয়া হ’ব।

আন সকলো সামগ্ৰীৰে মূল্যবৃদ্ধিয়ে দেশৰ জনতাৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা কৰিছে।

এনে  সময়তে ঔষধৰ দাম কমেও ২০ শতাংশ বৃদ্ধি হ’লে জনতাৰ মূৰত নিশ্চিত ভাবে সৰগ ভাগি পৰিব।

এমুঠিমান হিতাধিকাৰীৰ সৃষ্টি কৰি বাঃবাঃ লোৱা মোদীৰ চৰকাৰে যে সাধাৰণ জনতাৰ কথা মুঠেও নাভাবে সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে।পৰিৱৰ্তনৰ নামত মোদীৰ চৰকাৰে কেৱল দাম বৃদ্ধিৰ পৰিৱৰ্তনহে কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd