• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অযোধ্যাৰ ভূমি পূজনৰ পুৰোহিতেই আক্ৰান্ত হ’ল ক’ৰ’ণাত!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 2:56 pm

1 min read

Ram-Mandir_web
315
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ অযোধ্যাত মহা আড়ম্বৰেৰে ৫ আগষ্টৰ দিনা কৰা হ’ব ৰাম মন্দিৰৰ ভূমি পূজন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকিব উক্ত ভূমি পূজন অনুষ্ঠানত।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানক লৈ দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে ভূমি পূজনৰ এজন প্ৰধান পুৰোহিত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জ্বৰ,কাঁহ আদি উপসৰ্গত ভুগি থকা প্ৰধান পুৰোহিত গৰাকীৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।

খোদ পুৰোহিতেই ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত তেওংৰ সংস্পৰ্শলৈ অহা আন পুৰোহিত সকলো ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে।

এনে পৰিস্থিতিত ক’ৰ’ণাই ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানত বিঘিনি ঘটোৱাৰ আশংকা কৰিছে বহু জনে।

লক্ষ্যণীয় কথাটো হ’ল অযোধ্যাৰ যি স্থানত ভূমিপূজন কৰা হ’ব সেই স্থানৰ ৰিৰাপত্তাৰ দায়িত্বত থকা ১৬ জনকৈ নিৰাপত্তাৰক্ষী ইতিমধ্যে ক’ৰ’ণাত আক্ৰান্ত হৈছে।

সেই বাবেই ভূমিপূজন বন্ধ কৰিবলৈ দিল্লীৰ এজন সাংবাদিকে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও আদালতে সেয়া নাকচ কৰিছে।

Tags: COVID-19

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd