• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয় : প্ৰাথমিক শিক্ষক সন্থা

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 7:41 am
28-07-19 Guwahati- All Assam Primary Teacher’s Association PMT (4)

গুৱাহাটীত দেওবাৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সংবাদমেল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰধান শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়। যাৰ বাবে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হৈছে চৰম অৰাজকতা। ঠিকাভিত্তিক প্ৰধান শিক্ষক অথবা সৰ্বশিক্ষাৰ অধীনৰ প্ৰধান শিক্ষকেৰে চলিছে ৰাজ্যৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়”-এই গুৰুত্বৰ অভিযোগ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক নিৰ্মল কুমাৰ গোৱালাৰ।

গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে সন্থাৰ হৈ এক সংবাদমেল সম্বোধন কৰি গোৱালাই কয় যে ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰাথমিক বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকৰ পদসমূহ অসম শিক্ষা সঞ্চালকালয়ৰ পৰা সৃষ্টি নোহোৱাৰ বাবে আজি সহকাৰী শিক্ষক সকলক প্ৰধান শিক্ষকৰ দায়িত্বত থকা ব্যক্তিজনে নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

Apply Now

ইয়াৰ ফলতেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ আজি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে বুলি উল্লেখ কৰি ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি আইনগতভাৱে প্ৰধান শিক্ষক নিযুক্তি দিব লাগে বুলি দাবী কৰে।

তদুপৰি, সংবাদ মেলত শিক্ষক সংগঠনটোৱে তাপয্যপূৰ্ণ ভাৱে কয় যে ৰাজ্যত হৈ যোৱা বানপানীত চৰ-চাপৰি অঞ্চলৰ প্ৰায় ১৫হাজাৰৰো অধিক স্কুল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। কোনোখন বিদ্যালয়ত আজি পানী শুকাইছে যদিও কোনোখন স্কুল আজিও পানীৰ তলত আছে। প্ৰতিবছৰে বানপানীৰ পাছত সাহায্যৰ প্ৰদান কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ৰ তথ্যসমূহ স্কুল কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা যে ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহে  কোনো বছৰে আৰ্থিক সাহায্য লাভ কৰা নাই।

তেওঁলোকে দাবী কৰে যে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ৰ সমূহৰ এটা জৰীপ শিক্ষা বিভাগৰ ফালৰ পৰা কৰি তেনে বিদ্যালয় সমূহক সাহায্য প্ৰদান কৰিব লাগে।

ইপিনে, সংবাদ মেলতে সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰ্মল কুমাৰ গোৱালাই কয়, ”অহা আগষ্টৰ পৰা যদিও ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান পুনৰ আৰম্ভ হ’ব, কিন্তু বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ ১৫হাজাৰৰো অধিক বিদ্যালয়ত পহিলা আগষ্টৰ পৰা পাঠদান কৰিব পৰা অৱস্থাত নাই। কিয়নো বানৰ ফলত সেই সমূহ বিদ্যালয়ত আজি একাঠু পৰ্যন্ত পলস পৰি আছে। কিন্তু বিদ্যালয় সমূহত সেই পলস সমূহ চাফা কৰাৰ বাবে অৰ্থৰ অভাৱ। সেয়েহে আমি ৰাজ্যৰ শিক্ষা বিভাগক অতি সোনকালে ক্ষতিগ্ৰস্ত বিদ্যালয় সমূহলৈ আৰ্থিক সাহায্য যোগান ধৰাৰ দাবী জনাইছো।”

সংবাদ মেলত সংগঠনটোৱে  গড়াখহনীয়াৰ ফলত নদীৰ কাষৰ প্ৰায় অৰ্ধশতাধিক স্কুল নদীত জাহ যোৱা উপক্ৰম হোৱাৰ কথা উল্লেখ কৰি বানত ধুবুৰী, মানকাছাৰ,বৰপেটা, শোণিতপুৰ, ধেমাজি আৰু লখিমপুৰ জিলাৰ অধিক বিদ্যালয়  ক্ষতিগ্ৰস্ত হোৱা বুলি সদৰী কৰে।

তেওঁলোকে লগতে ১৯৯৯আৰু ২০০০চনত নিযুক্তি প্ৰাপ্ত বৰ্তমান বেতন বঞ্চিত ১৫হাজাৰ প্ৰাথমিক শিক্ষকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবেও দাবী জনায়। সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি ২০১২চনৰ পৰা এইসকল শিক্ষকে বিনা বেতনে চাকৰি কৰি আছে।

সেইদৰে অসম চৰকাৰৰ নতুন পেঞ্চন আঁচনি বাতিল কৰি চৰকাৰে পুৰণি পেঞ্চন আঁচনি পুনৰ কাৰ্যকৰী কৰিব লাগে বুলিও সংবাদ মেলৰ জৰিয়তে দাবী জনায়।

সংবাদ মেলত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি আয়ুব আলি আহমেদো উপস্থিত আছিল।

 

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd