DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ কান্ধত মূৰ থৈ উচুপি উঠিল ইছৰোৰ মুৰব্বী শিৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 11:45 am
Chandrayan-2-2
1.1k
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰযান-২ৰ সৈতে ইছৰোৰ সম্পৰ্ক ছিন্ন হোৱাৰ পাছত বিজ্ঞানীসকলৰ উৎসাহ বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰী মোদী শনিবাৰে পুৱাই বাংগালোৰত থকা ইছৰোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়।

ইয়াত তেওঁ ইছৰোৰ মিছনত জড়িত বিজ্ঞানীসকলক কয়,’’ এই চন্দ্ৰযান-২ অভিযান ব্যৰ্থ হোৱাৰ পাছতো আমি উৎসাহ হেৰুওৱা নাই আৰু আমাৰ সাহস মজবুত হৈছে।‘’

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰি কয় যে চন্দ্ৰযানৰ অন্তিম ভাগ আশানুকুল নহ’ল যদিওআমি এইটোও মনত ৰাখিব লাগিব যে চন্দ্ৰযানৰ যাত্ৰা  অতি সুন্দৰ, প্ৰাণৱন্ত আছিল।

প্ৰধান মন্ত্ৰী মোদীয়ে যেতিয়া ইছৰোৰ পৰা আহিবলৈ ওলাওতেই ইছৰোৰ মুৰব্বী শিৱানে তেওঁক বিদায় জনাবলৈ আগবাঢ়ি আহে।

Chandrayan-2-modi
ইছৰোৰ মুৰব্বী শিৱানক সান্তনা দিছে প্ৰধান মন্ত্ৰী মোদীয়ে।

প্ৰধান মন্ত্ৰীক দেখিয়েই শিৱান আবেগিক হৈ পৰে। মোদীয়ে তেওঁক আলিংগন কৰে। এইখিনিতে শিৱানৰ দুচকুৰে অশ্ৰু নিগৰি আহে। প্ৰধান মন্ত্ৰী মোদীয়ে একেৰাহে বহুসময় ধৰি শিৱানৰ পিঠিত হাত বুলাই যায়।

শিৱানৰ আবেগ দেখি প্ৰধান মন্ত্ৰী মোদীও আবেগিক হৈ পৰে। শিৱানে বহু সময় ধৰি প্ৰধান মন্ত্ৰী মোদীৰ কান্ধত মূৰ থৈ উচুপি থাকে।

প্ৰধান মন্ত্ৰীয়ে তেওঁক উৎসাহ যোগাই কয় যে আমি নিশ্চিতভাৱে সফল হ’ম। এই অভিযানৰ পৰৱৰ্তী প্ৰয়াস আৰু তাৰ পৰৱৰ্তী সকলো প্ৰয়াসতে আমাৰ লগত থাকিব সফলতা।

চন্দ্ৰযান-২ অভিযানৰ বিজ্ঞানীসকলক প্ৰধান মন্ত্ৰী দিয়া সান্তনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ভৱিষ্যত বিজ্ঞানীসকলেও যথেষ্ট উৎসাহ লাভ কৰিছে।

Recent News

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd