• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ইটানগৰত প্ৰধান মন্ত্ৰী মোদীৰ বিশাল জনসভা : উদ্বোধন কৰিলে কেইবাটাও প্ৰকল্প

by
February 9, 2019 11:41 am
ModiItanagar

অৰুণাচলৰ ইটানগৰত জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে ৰাতিপুৱাই গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশলৈ ৰাওনা হয়। প্ৰধান মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ইটানগৰত উপস্থিত হোৱাৰ পাছত ইন্দিৰা গান্ধী পাৰ্কত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।

অৰুণাচলৰ ইটানগৰত উপস্থিত হোৱাৰ পাছতে প্ৰধান মন্ত্ৰী গৰাকীক ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুকে ধৰি সতীৰ্থ মন্ত্ৰীসকলে আদৰণি জনায়।

Apply Now

প্ৰধান মন্ত্ৰীয়ে ইটানগৰৰ জনসভাত কেন্দ্ৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা বিশেষ দৃষ্টিৰ বিষয়ে উল্লেখ কৰে। প্রধান মন্ত্রী মোদীয়ে অৰুণাচল প্ৰদেশৰ উন্নয়নৰ বাবে ৪৪,০০০কোটি টকাৰ সাহায্য ঘোষণা কৰে।  প্ৰধান মন্ত্ৰীক জনসভাত উপস্থিত হোৱাৰ পাছতে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে সম্বৰ্দ্ধনা জনায়। সভাত কেন্দ্ৰী গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।

প্ৰধান মন্ত্ৰী মোদীয়ে ইটানগৰৰ সমীপৰ হলোংগী বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে। মোদীয়ে পাপুম পাৰৰ ১১০ মেগাৱট শক্তি সম্পন্ন জল বিদ্যুৎ প্ৰকল্পটোও উদ্বোধন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ লোহিত জিলাৰ তেজুত বিমানবন্দৰৰ আধাৰশিলাও স্থাপন কৰে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে দূৰদৰ্শনৰ অৰুণপ্ৰভা নামৰ চেনেলটোও উদ্বোধন কৰে। তদুপৰি, মোদীয়ে ছেলা সুৰংগৰ আধাৰশিলাও স্থাপন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে অৰুণাচল ভ্ৰমণ সমাপ্ত কৰিয়েই দিনৰ ১২-৩০ বজাত আহি গুৱাহাটীত উপস্থিত হ’ব আৰু চাংসাৰিত এইমছৰ ভূমি পূজনত অংশ ল’ব।

উল্লেখযোগ্য যে আজি প্রধান মন্ত্রী মোদী গুৱাহাটীৰ পৰা অৰুণাচললৈ ৰাওনা হোৱাৰ সময়ত আছুকে ধৰি কেইবাটাও সংগঠনৰ ক’লা পতাকা প্ৰদৰ্শনৰ সন্মুখীন হয়। একেদৰে অৰুণাচলতো মোদীক ক’লা প্ৰদৰ্শন কৰি একাংশ বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে।

 

 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd