• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৱা বছৰৰ তুলনাত এইবাৰ সামান্য ধনী হ’ল প্ৰধানমন্ত্ৰী মোডী, কিমান সম্পত্তিৰ মালিক মোডী? জানো আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2020 2:40 pm
a modi
1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত নৰেন্দ্ৰ মোডী কিমান ধনী ব্যক্তি? এই কথা জানিবলৈ বহুতৰে হয়তো মন যাব।

মোডীৰ সম্পত্তিৰ হিচাব উল্লেখ কৰাৰ পূৰ্বে এটা কথা কৈ থোৱা ভাল হ’ব যে যোৱা বছৰৰ তুলনাত প্ৰধানমন্ত্ৰী মোডীৰ সম্পত্তিৰ পৰিমাণ কিছু বৃদ্ধি পাইছে।

যোৱা বছৰত মোডীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ২.৪৯ কোটি টকা।

কিন্তু ২০২০ চনৰ ৩০ জুন পৰ্যন্ত  এই সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ২.৮৫ কোটি টকা।

অৰ্থাৎ চলিত বৰ্ষত মোডীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে ৩৬ লাখ টকা।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মোডীৰ সম্পত্তিৰ পৰিমাণ ৰাজহুৱা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মোডীৰ হাতত নগদ ধন হিচাবে থকা টকাৰ পৰিমাণ হৈছে ৩১,৪৫০ টকা।

বেংকত থকা তেওঁৰ ধনৰ পৰিমাণ হৈছে ৩,৩৮,১৭৩ টকা। গুজৰাটৰ গান্ধী নগৰৰ ষ্টেট বেংকৰ শাখাত মোডীৰ ১,৬০,২৮,৯৩৯ টকাৰ এটা ফিক্সড ডিপ’জিট আছে।

একেদৰে তেওঁ ক্ৰয় কৰি থৈছে ৮,৪৩,১২৪ টকাৰ এন এছ চি।

তেওঁৰ ১,৫০,৯৫৭ টকাৰ জীৱন বীমা আছে। মোডীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৭৫ কোটি টকা।

কোনো বেংকত মোডীৰ কোনো ঋণ নাই আৰু তেওঁৰ নিজা বুলিবলৈ বাহন এখনো নাই।

মোডীৰ চাৰিটা সোণৰ আঙঠি আছে যাৰ মূল্য হ’ব প্ৰায় ১.৫ লাখ টকা।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd