• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড ভেকচিনৰ প্ৰস্তুতি সম্বন্ধে ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ সৈতে নৰেন্দ্ৰ মোদীৰ আলোচনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2020 1:56 pm

1 min read

কোভিড ভেকচিনৰ প্ৰস্তুতি সম্বন্ধে ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ সৈতে নৰেন্দ্ৰ মোদীৰ আলোচনা
985
VIEWS
Share on FacebookShare on Twitter

পৰৱৰ্তী দশকত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ দ্বিপাক্ষিৰ সম্পৰ্ক সম্বন্ধে ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

শুকুৰবাৰে নৰেন্দ্ৰ মোদীয়ে ব্ৰিটিছ প্ৰধান মন্ত্ৰী জনছনৰ সৈতে আলোচনাত অংশ লোৱা বুলি সদৰী কৰে।

আনহাতে, আলোচনা কালত দুয়োগৰাকী নেতাই কোভিড-১৯ৰ প্ৰত্যাহ্বান আৰু কোভিড ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সহযোগিতা সম্বন্ধেও চৰ্চা কৰে।

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনে আগন্তুক বৰ্ষটো ভাৰত আৰু ইংলেণ্ডৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলিও মতপ্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে ভাৰতৰ পুনেস্থিত চেৰাম ইষ্টিটিউটৰ সৈতে একেলগে ক’ৰ’নাৰ ভেকচিন প্ৰস্তুতিৰ কাম কৰি আছে।

ইতিমধ্যে ভাৰতে ইংলেণ্ডৰ সৈতে কেইবালাখ কোভিড ভেকচিনৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে।

আনহাতে, আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড ভেকচিনৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ অৰ্থে আহমেদাবাদ, পুনে আৰু হায়দৰাবাদ ভ্ৰমণৰ বাবে ওলাইছে।

মোদীয়ে এই ভ্ৰমণৰ সময়ত চিৰাম ইষ্টিটিউট আৰু ভাৰত বায়োটেকৰ কাৰ্য্যালয়লৈয়ো যাব।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd