• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃটিশ্ব ৰাজপৰিয়ালত যৌন কেলেংকাৰিৰ কঁপনি, ৰাজ কৰ্তব্য ত্যাগ ৰাজকুমাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2019 10:37 pm

2 min read

Prince_Andrew_at_the_National_Memorial_Arboretum

প্ৰিন্স উইলিয়াম। ছবি-- উইকিমিদিয়া কমনছ।

11.7k
VIEWS
Share on FacebookShare on Twitter

দিউক অৱ ইয়ৰ্ক ৰাজকুমাৰ এন্দ্ৰুৱে যৌন কেলেংকাৰিজনিত অভিযোগৰ দুৰ্নামৰ বাবে ৰাজ কৰ্তব্য (royal duties)ৰ পৰা অব্যাহতি লৈছে।

এমেৰিকান আদালতত দোষী সাব্যস্ত হোৱা শেহতীয়াকৈ আত্মহত্যা কৰা মাৰ্কিন যৌনবেপাৰী জেফ্ৰি এপষ্টেইনৰ সৈতে এন্দ্ৰুৰ চিনাকিয়ে ইউ কেত ৰাজ পৰিয়ালত “গুৰুতৰ সমস্যা” সৃষ্টি কৰিছে।

আৰু সেই কথা স্বীকাৰ কৰি ৰাজকুমাৰ এন্দ্ৰুৱে ইউ কেৰ সম্ৰাজ্ঞী, মাক কুইন এলিজাবেথ-iiৰ পৰা অব্যাহতি বিচাৰিছিল আৰু ৰাণীয়ে তাত অনুমোদন জনাইছে।

ঘটনাটোৰ সময় খুব তাৎপৰ্য্যপূৰ্ণ। ইউ কেত অহা ডিচেম্বৰত সাধাৰণ নিৰ্বাচন আছে। ব্ৰেক্সিট বিতৰ্কই উত্তাল কৰি ৰখা ইউ কেৰ নিৰ্বাচনী বতৰৰ সংবাদ শিৰোনাম তৎক্ষণাত ৰাজপৰিয়ালে দখল কৰিছে।

১৯২৩ চনৰ পিছত এয়ে প্ৰথমবাৰৰ বাবে ইউ কেত আগতীয়া সাধাৰণ নিৰ্বাচন হ’বলৈ গৈছে।

ভূতৰ ওপৰত দানহৰ দৰে এমেৰিকান এপষ্টেইন স্কেন্দেলৰ “বলি” এগৰাকী ভাৰ্জিনিয়া জিআফ্ৰে (ভাৰ্জিনিয়া ৰবাৰ্টছ বুলিও জনাজাত) নামৰ মহিলাগৰাকীয়ে এন্দ্ৰুৰ নাম লৈছে।

ভাৰ্জিনিয়াই কৈছে, এপষ্টেইনৰ নিউ ইয়ৰ্ক চিটি আৰু লণ্ডনৰ ঘৰত ২০০১ চনত ১৭ বছৰীয়া ভাৰ্জিনিয়াৰ সৈতে ৰাজকুমাৰ এন্দ্ৰুৱে ছেক্স কৰিছিল।

কথাটো ৰাজকুমাৰ এন্দ্ৰুৱে অস্বীকাৰ কৰিছে আৰু এইক্ষেত্ৰত তদন্তকাৰী সংস্থাৰ সৈতে সহযোগিতা আগবঢ়াব বুলি কৈছে।

এপষ্টেইন স্কেন্দেলৰ তদন্ত কৰি আছে এফ বি আয়ে। বহুতে এতিয়া কৈছে এমেৰিকান তদন্তকাৰী সংস্থাটোৱে ৰাজকুমাৰ এন্দ্ৰুকো তদন্তত সাঙুৰিব লাগে।

A statement by His Royal Highness The Duke of York KG. pic.twitter.com/LfMFwMyhcb

— The Royal Family (@RoyalFamily) November 20, 2019

এন্দ্ৰুৱে ১৯৮৬ চনত বিয়া পাতিছিল চাৰা ফাৰ্গুছনক। তেওঁলোকৰ দুজনী ছোৱালী ৰাজকুমাৰী বিয়াত্ৰিছ আৰু ৰাজকুমাৰী ইউজিনি। ১৯৯৬ চনত তেওঁৰ বিবাহ বিচ্ছেদ ঘটিছিল।

৫৯ বছৰীয়া এন্দ্ৰু কুইন এলিজাবেথ আৰু প্ৰিন্স ফিলিপৰ তৃতীয় সন্তান আৰু দ্বিতীয় পুত্ৰ।

Recent News

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd