• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একে নিশাতে বিক্ৰীৰ অভিলেখ গঢ়িলে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ ‘স্পেয়াৰ’-এ

স্মৃতিগ্ৰন্থখনত ৰাজকুমাৰ হেৰীয়ে কেনেকৈ আৰু কাৰ হাতত কুমাৰীত্ব হেৰুৱাইছিল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজকুমাৰ উইলিয়ামে তেওঁক কেনেদৰে আক্ৰমণ কৰিছিল তাৰ বৰ্ণনাও আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 3:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ব্ৰিটেইনত প্ৰকাশ পালে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ  ‘স্পেয়াৰ’। বিশ্বৰ মুঠ ১৬টা ভাষাত প্ৰকাশ পালে এই গ্ৰন্থখন।

উল্লেখ্য যে লণ্ডনত বৃহৎ সংখ্যক লোকে এই গ্ৰন্থখন কিনিবলৈ শাৰী পাতি ৰৈ আছিল। তেওঁলোকৰ চাহিদা পূৰণৰ বাবেই সমগ্ৰ দেশৰ কিতাপৰ দোকানসমূহ খুলি ৰখা হৈছিল মাজনিশাৰ পৰা।

Apply Now

ৰাজকুমাৰ হেৰীৰ জীৱনৰ কাহিনী নিজৰ মুখৰ পৰা শুনিবলৈ তেওঁৰ অনুৰাগীসকলে প্ৰচণ্ড শীতকো নেওচি শাৰী পাতিছিল লণ্ডনত।

উল্লেখ্য যে এই গ্ৰন্থখনৰ বহু অংশ ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। লণ্ডনৰ পূৰ্বে যোৱা সপ্তাহত এই গ্ৰন্থখন স্পেইনত বিক্ৰী আৰম্ভ হৈছিল।

জানিব পৰা মতে এই গ্ৰন্থখন এই দশকৰ ভিতৰত সৰ্বাধিক প্ৰি-অৰ্ডাৰ কৰা কিতাপৰ ভিতৰত অন্যতম।

“Without a doubt, the most dangerous lie that they have told, is that I somehow boasted about the number of people I killed in Afghanistan.” — Prince Harry tells #Colbert, adding that his “words are not dangerous,” but the spin on his “words are very dangerous.” #Spare pic.twitter.com/FnjEZ0QnQl

— The Late Show (@colbertlateshow) January 10, 2023

ইয়াৰ মাজতে এই স্মৃতিগ্ৰন্থখনে আমাজনত ব্ৰিটেইনৰ বেষ্টচেলাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

স্মৃতিগ্ৰন্থখনত ৰাজকুমাৰ হেৰীয়ে কেনেকৈ আৰু কাৰ হাতত কুমাৰীত্ব হেৰুৱাইছিল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজকুমাৰ উইলিয়ামে তেওঁক কেনেদৰে আক্ৰমণ কৰিছিল তাৰ বৰ্ণনাও আছে।

আফগানিস্তানৰ যুদ্ধত ২৫ জন তালিবান যোদ্ধাক হত্যা কৰাৰ কথাৰ স্বীকাৰোক্তিও উল্লেখ আছে গ্ৰন্থখনত।  ইয়াৰ উপৰিও তেওঁৰ নিজৰ ড্ৰাগছ আসক্তিকে ধৰি ৪১০ পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থখনে তেওঁৰ ব্যক্তিগত জীৱনৰ সংঘাত আৰু উত্তেজনাক উন্মোচন কৰিছে। বৃটিছ ৰাজপৰিয়ালৰ লগত তেওঁৰ সংঘাত-সংঘৰ্ষৰ কথাও উল্লেখ আছে এই গ্ৰন্থখনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd