DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত বানঃ উদ্বিগ্ন ব্ৰিটেইনৰ ৰাজকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ লিখিলে পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2020 2:25 pm
Prince_William_Writes_t
450
VIEWS
Share on FacebookShare on Twitter

বিধ্বংসী বানত বুৰ যোৱা কাজিৰঙাত এতিয়া বন্য জীৱ-জন্তুৰ আলাই আথানি নোহোৱা অৱস্থা হৈছে।

প্ৰায় ৯৫ শতাংশ অঞ্চল কালান্তক বানৰ গ্ৰাসত পৰা কাজিৰঙাত এতিয়ালৈকে ১২৩ টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে।

ইয়াৰ ভিতৰত আছে ১২ টাকৈ অসম গৌৰৱ এশিঙীয়া গঁড়।

মৃত্যু ঘটিছে ৯৩ টা হৰিণাৰ,প্ৰাণ গৈছে ৪ টা ম’হৰ।

খাদ্য আৰু আশ্ৰয়স্থলৰ অভাৱত বন্য জন্তু বোৰে জন অৰণলৈ ওলাই অহাৰ চেষ্টা চলাইছে।

বানে বিধ্বস্ত  কৰা কাজিৰঙাৰ এনে ছবিয়ে অন্তৰ বিদ্ধ কৰিছে ব্ৰিটেইনৰ ৰাজকুমাৰ তথা ডিউক অৱ কেম্ব্ৰিজ যুৱৰাজ উইলিয়ামৰ।

কাজিৰঙাৰ কালান্তক বান সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰি ৰাজকুমাৰ উলিয়ামে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰলৈ লিখিছে এখন পত্ৰ।

পত্ৰখনত ৰাজকুমাৰ উইলিয়ামে এইবুলি কৈছে—‘ধাৰাসাৰ বৰষুণৰ বাবে প্লাৱিত হৈ পৰা কাজিৰঙাৰ বন্য জীৱৰ দুৰ্দশাই কেথেৰিন আৰু মোৰ হৃদয় থানবান কৰি দিছে।’

তেওঁ আৰু লিখিছে—‘২০১৬ৰ এপ্ৰিল মাহত কাজিৰঙা ভ্ৰমণৰ মধুৰ স্মৃতিয়ে আমনি কৰি থকাৰ সময়তে এনে দুৰ্দশাৰ কথাই আমাক আচৰিত কৰি তুলিছে।

কাজিৰঙা কৰ্তৃপক্ষলৈ ৰাজকুমাৰ উইলিয়ামে লিখা চিঠি খন

আমি আমাৰ ভ্ৰমণ কালত দেখিছো কিদৰে কাজিৰঙাৰ সকলো কৰ্মীয়ে নিঃস্বাৰ্থ ভাৱে বন্য প্ৰাণী বোৰৰ যত্ন লৈছে।এতিয়া কল্পনাও কৰিব পৰা নাই কেনে জটিল সময় তেওঁলোকে পাৰ কৰিছে।

কেথেৰিন আৰু মই সেই সকল বন কৰ্মী আৰু ৰেঞ্জাৰক প্ৰশংসা কৰিছো যিসকলে নিজৰ জীৱন তুচ্ছ কৰি হ’লেও জীৱ-জন্তুৰ উদ্ধাৰ কাৰ্যত ব্যস্ত হৈ আছে।

কোভিড-১৯ মহামাৰীৰ সময়ত বানে অসমত জীৱন আৰু সম্পত্তিৰ হানি কৰাত আমি উদ্বিগ্ন ।

ক্ষতিগ্ৰস্ত সকলোলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’

অসমৰ বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজকুমাৰ উইলিয়ামে লিখা পত্ৰ খন টুইটাৰত প্ৰকাশ কৰিছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd