• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাগাৰত সংগীৰ সৈতে সময় কটাবলৈ কাৰাবন্দীৰ বাবে ‘কেবিন’: চৰ্ত সাপেক্ষে ভাৰতত আৰম্ভ নতুন নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2022 8:51 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Prisoners with good conduct will be able to spend কাৰাবন্দীসকলে তেওঁলোকৰ সঙ্গীৰ (স্বামী বা পত্নী) সৈতে কাৰাগাৰত সময় কটাব পাৰিব। মঙলবাৰৰ পৰা পঞ্জাৱৰ কাৰাগাৰত এই নতুন নিয়ম আৰম্ভ কৰিলে কাৰাগাৰ বিভাগে। অৱশ্যে সকলো বন্দীয়ে এই সুযোগ নাপাব। ভাৰতৰ পঞ্জাৱতে প্ৰথম প্ৰৱৰ্তন কৰা হ’ল এই নিয়ম।

ৰাজ্যখনৰ কাৰাগাৰ বিভাগৰ এজন বিষয়াই কয়, “আৰম্ভণিতে এই ব্যৱস্থা গোবিন্দৱাল চাহিব কেন্দ্ৰীয় কাৰাগাৰ, নাভাৰ নতুন জিলা কাৰাগাৰ আৰু ভাটিণ্ডাৰ মহিলা কাৰাগাৰত প্ৰৱৰ্তন কৰা হৈছে।” কিন্তু এই সুযোগ ভয়ংকৰ অপৰাধী, গেংষ্টাৰ, নিজৰ জীৱন সমস্যা থকা কাৰাবন্দী, যৌন নিৰ্যাতনৰ সৈতে জড়িত অপৰাধীসকলক দিয়া নহ’ব।

লগতে পঢ়ক: সৰ্বত্ৰ ধিক্কাৰ! দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব, তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে

Apply Now

সঙ্গীৰ সৈতে সময় কটাব বিচাৰিলে কাৰাগাৰত থকা সময়ত বন্দীৰ আচৰণ ভাল হ’ব লাগিব। তেতিয়াহে কাৰাগাৰ বিভাগে সংশোধনী গৃহৰ এটা নিৰ্ধাৰিত কোঠাত দুঘণ্টাৰ বাবে এক সাক্ষাতৰ ব্যৱস্থা কৰিব। সেই কোঠাটোৰ সৈতে এটা শৌচালয়ো থাকিব। তিনি মাহত এবাৰেই সুযোগ পাব।

কাৰাগাৰ বিভাগৰ বিষয়াগৰাকীয়ে কয়, “দীৰ্ঘদিন ধৰি কাৰাগাৰত থকা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব। সমগ্ৰ দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে পঞ্জাৱত বন্দীসকলে তেওঁলোকৰ সঙ্গীসকলৰ সৈতে সময় কটোৱাৰ ব্যৱস্থা কৰা হৈছে।”

কাৰাগাৰ বিভাগে আশা কৰিছে যে যদি এই নিয়ম কাৰ্যকৰী কৰা হয় তেন্তে বন্দীসকলে তেওঁলোকৰ আচৰণ নিজেই উন্নত কৰিবলৈ চেষ্টা কৰিব। আৰু তেওঁলোকৰ দাম্পত্য জীৱনো গভীৰ হ’ব। যদি স্বামী বা পত্নীয়ে বন্দী সংগীকজনক লগ কৰিবলৈ আহে তেওঁ বিবাহৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।

তদুপৰি, স্বামী বা পত্নীয়ে  কোনো কোভিড, এইচআইভি বা কোনো সংক্ৰামক ৰোগ নাই বুলি চিকিৎসা প্ৰমাণপত্ৰও দেখুৱাব লাগিব। তেতিয়াহে লগ পোৱাৰ সুযোগ পাব।

লগতে পঢ়ক: গুজৰাটত হাৰাশাস্তিৰ সন্মুখীন কেজৰিৱাল! বদোদৰা বিমানবন্দৰত বিজেপি কৰ্মীৰ গালি-গালাজ

উল্লেখ্য যে কেইদিনমান আগতে লুধিয়ানা কাৰাগাৰত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। নতুন নিয়মৰ অধীনত বন্দী আৰু বিচাৰাধীনসকলে তেওঁলোকৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে কাৰাগাৰৰ ভিতৰৰ এটা কোঠাত এঘণ্টা অতিবাহিত কৰিব পাৰিব। বন্দীসকলে মাহত দুবাৰকৈ এই সুযোগ পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd