DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক প্ৰত্যাহ্বান ৰাজ কুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ, কি প্ৰত্যাহ্বান জনালে তেওঁ?

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 9, 2021 9:03 pm
bbbnnn
227
VIEWS
Share on FacebookShare on Twitter

তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ মধ্যস্থতাকাৰী তথা নৰ্থ -ইষ্ট হেৰিটেজ ফাউন্ডেছনৰ সঞ্চালক ৰাজ কুমাৰ পৃথ্ৱীৰাজ নাৰায়ণ দেৱ মেচে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷

বিশেষকৈ যোৱা চাৰি জুনত বিটিচিৰ প্ৰধান সচিবে এক নিৰ্দেশনাযোগে বিটিচিৰ চাৰি জিলাৰ উপায়ুক্ত সকলৰ ওপৰত উন্নয়নমূলক কাম-কাজৰ কৰ্তৃত্ব প্ৰদানকলৈ কঠোৰ ভাষাৰে সমালোচনা কৰিছে মুখ্য কাৰ্যবাহী বড়োক৷

কোকৰাঝাৰ চহৰৰ হোটেল গৌৰাং ভেলীত আজি এখন সংবাদ মেল সম্বোধন কৰি যুৱ নেতা মেচে কয় যে প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ জীৱন বলিদানৰ পিচতহে বিটিচিৰ সৃষ্টি হৈছিল৷

কিন্তু পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনৰ দৰকাৰ, ছৌলাইনায়া গৌনাংথাৰ শ্লোগানেৰে বিটিচি দখল কৰা প্ৰমোদ বড়োই উপায়ুক্ত সকলক কৰ্তৃত্ব প্ৰদান কৰি অতি লজ্জাজনক ছবি এখন দাঙি ধৰিলে বুলি তেওঁ কয়।

ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ কটাক্ষ-‘মৰমৰ প্ৰমোদ দা আপোনাক মই সসন্মানে কৈছোঁ যদি ক্ষমতা আছে বিটিচিৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক সকলক নিযুক্তি আৰু বদলি কৰি দেখুৱাওক৷’

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd