• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Priti Patel: লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতেই ব্ৰিটেইনৰ গৃহ সচিব প্ৰীতি পেটেলৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2022 9:49 am
প্রীতি পেটেল।

প্রীতি পেটেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Priti Patel resigns as UK Home Secretary লিজ ট্ৰাছ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ভাৰতীয় বংশোদ্ভূত প্ৰীতি পেটেলে গৃহ সচিব পদ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।  নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ মন্ত্ৰীসভাত নাথাকে বুলিও জানিবলৈ দিছে পেটেলে।

সোমবাৰে বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ লিখা এখন পত্ৰত প্ৰীতিয়ে লিখিছে, “লিজ ট্ৰাছে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আৰু এজন নতুন গৃহ সচিব নিযুক্ত হোৱাৰ পিছতে মই পিছৰ শাৰীৰ থাকি দেশৰ সেৱা আৰু উইথাম কেন্দ্ৰৰ বাবে কাম কৰি যাম।”

লগতে পঢ়ক: First inhaling Covid-19 vaccine: প্ৰথমখন দেশ হিচাপে কৰোনাভাইৰাছৰ ‘ইনহেলড’ভেকচিনত অনুমোদন দিলে চীনে

Apply Now

প্ৰীতিয়ে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীকো অভিনন্দন জনাইছে। তেওঁ কয় যে তেওঁ লিজক সমৰ্থন কৰিব। প্ৰীতিয়ে লগতে উল্লেখ কৰে যে তেওঁ গৃহ সচিব হিচাপে দায়িত্ব পালন কৰি সন্মানিত বোধ কৰিছে।

জনছনলৈ লিখা পত্ৰত তেওঁ লিখিছে, “দেশৰ সুৰক্ষা, প্ৰবাসী ব্যৱস্থাৰ সংস্কাৰৰ বাবে কাম কৰি মই গৌৰৱান্বিত। আপোনাৰ নেতৃত্বত দেশৰ সেৱা কৰাৰ সুযোগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ বিষয়। আপোনাৰ নেতৃত্ব অবিহনে, দেশৰ সুৰক্ষা, আইন কঠোৰ কৰা আৰু আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা সম্ভৱ নহ’লহেঁতেন।‘’

লগতে পঢ়ক: নোবেল বিজয়ী সাংবাদিক মুৰাটভৰ বাতৰিকাকতৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰাছিয়াই

তেওঁ এই সন্দৰ্ভত ‘ব্ৰেক্সিট’ৰ বিষয়টোও উত্থাপন কৰি লিখিছে, “ব্ৰেক্সিট সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ (বৰিছ জনছন) এক স্পষ্ট পৰিকল্পনা আছিল। সংসদৰ অচলাৱস্থা আঁতৰাই দিছে। ২০১৯ চনত এক ঐতিহাসিক বিজয় অৰ্জন কৰিছে। মাৰ্গাৰেট থেচাৰৰ পিছত কোনো এটা ৰাজনৈতিক দলে সৰ্বাধিক ভোট লাভ কৰিছে।‘’

It has been the honour of my life to serve as Home Secretary for the last three years.

I am proud of our work to back the police, reform our immigration system and protect our country.

My letter to Prime Minister @BorisJohnson 👇🏽 pic.twitter.com/seTx6ikX25

— Priti Patel MP (@pritipatel) September 5, 2022

ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকক পৰাস্ত কৰি লিজ ট্ৰাছ সোমবাৰে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁ ২০,০০০ তকৈও অধিক ভোটত জয়ী হৈছে। মুঠ বৈধ ভোটৰ ভিতৰত লিজে ৮১,৩২৬টা ভোট লাভ কৰিছে। ঋষিয়ে লাভ কৰিছে ৬০ হাজাৰ ৩৯৯ টা ভোট। ক্ষমতাসীন কনজাৰ্ভেটিভ পাৰ্টিৰ ১,৬০,০০০ তকৈও অধিক সদস্যই “বিশেষ পৰিস্থিতিত” প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী হিচাপে লিজক নিৰ্বাচিত কৰিবলৈ ভোট দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd