DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিকৰ বাবে চেন্নাইৰ চিকিৎসালয়ৰ প্ৰিভিলেজ কাৰ্ড উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2019 7:30 am
index3

ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেস চেন্টাৰ। ফটো : ইন্টাৰনেট

3.6k
VIEWS
Share on FacebookShare on Twitter

চেন্নাইৰ আগশাৰীৰ  চিকিৎসা প্ৰতিষ্ঠান ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেন্টাৰে  শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে এখন প্ৰিভিলেজ কাৰ্ড উন্মোচন কৰে।

অনুষ্ঠানত উপস্থিত থাকি  চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বৈভৱ পাটিল, উপ মহাপ্ৰবন্ধক  মুৰুলী ধৰণ ভি, উত্তৰ পূবৰ বাণিজ্য বিষয়া চিৰঞ্জীব শৰ্মাই প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিক সকলক  এই কাৰ্ড প্ৰদান কৰে।

এই কাৰ্ডৰ জৰিয়তে সাংবাদিক সকলে ৰেলা ইনষ্টিটিউটৰ অ’পিডিত চিকিৎসকৰ পৰা বিনামূলীয়া প্ৰাথমিক পৰামৰ্শ লাভ কৰিব।

তদুপৰি, বিশেষজ্ঞৰ পৰামৰ্শত ২৫ শতাংশ, পৰীক্ষা-নিৰীক্ষাত ২০ শতাংশ, সামগ্ৰিক স্বাস্থ্য পৰীক্ষাত ২০ শতাংশ, ঔষধত ৫ শতাংশ ৰেহাইৰ সুবিধা থাকিব।

কাৰ্ডখনত আগবঢ়োৱা আন এক সুবিধা হৈছে চেন্নাই বিমান বন্দৰ অথবা ৰে’ল ষ্টেশ্যনৰ পৰা চিকিৎসালয়লৈ বিনামূলীয়া বাহনৰ ব্যৱস্থা।

অনুষ্ঠানটোৰ আগমুহূৰ্তত ডাঃ পাটিলে যকৃৎ আৰু বৃক্ক ৰোগত ভুগি থকা বহুকেইজন  সাংবাদিকক পৰামৰ্শ প্ৰদান কৰে।

উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰায় ৬০ গৰাকী সাংবাদিকক প্ৰিভিলেজ কাৰ্ড  প্ৰদান কৰা হয়।

Recent News

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd