• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ’না সম্পৰ্কত সজাগতা সৃষ্টি; ‘নিৰাপদ হাত’ কাৰ্য্যসূচীৰ বাবে দীপিকা-প্ৰিয়ংকা মনোনীত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 18, 2020 6:59 am

1 min read

Actress

প্ৰিয়ংকা আৰু দীপিকা

5.5k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্ব স্বাস্থ্য সংস্থাই বলীউদৰ দুই অভিনেত্ৰী দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰাক ‘নিৰাপদ হাত’ কাৰ্য্যসূচীৰ বাবে মনোনয়ন কৰে।

বিগত ১৩ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই নিয়মীয়াকৈ হাত ধুই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে সকলোকে আহ্বান জনাইছিল।

ভাৰতৰ দুই অভিনেত্ৰী দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰাৰ উপৰিও বিল গেটছ, মেগি ডি ব্লক আদিৰ দৰে প্ৰখ্যাত ব্যক্তিক নিৰ্বাচিত কৰা হৈছে।

কৰ’না ভাইৰাছ মহামাৰীৰ পৰা হাত সাৰি থকাৰ বাবে নিজৰ হাতক নিৰাপদ কৰি ৰখাৰ লগতে বিভিন্ন সজাগতা সৃষ্টি কৰিব এই সকল ব্যক্তিয়ে।

উল্লেখযোগ্য যে, চীনত আবিৰ্ভাৱ হোৱা কৰ’না ভাইৰাছে চীনত আতংক সৃষ্টি কৰাৰ পাছত বৰ্তমান ইউৰোপত গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

ভাৰততো মঙলবাৰে কৰ’নাত ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ১৩০ৰ ঘৰ অতিক্ৰম কৰিছে।

ইতিমধ্যে তিনিগৰাকী লোকৰ ভাৰতত এই ভাইৰাছৰ প্ৰভাৱত মৃত্যু হৈছে।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd