• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত পালে অনুমতি, হাথৰাছ অভিমুখে যাত্ৰা আৰম্ভ ৰাহুলৰ, চালকৰ আসনত প্ৰিয়ংকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2020 5:22 pm

2 min read

Rahul2-630x420
316
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ বৰ ঘৰত কঁপনি তোলা হাথৰাছ বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পৰিয়ালৰ খবৰ লবলৈ গৈ বৃহস্পতিবাৰে আৰক্ষীৰ হাতত লাঞ্চিত হোৱা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আজি পুনৰ গৈছে হাথৰাছলৈ।

প্ৰথম অৱস্থাত ৰাহুলক আৰক্ষীয়ে বাধা দিছিল যদিও প্ৰশাসনৰ পৰা  ৰাহুলৰ লগতে মাত্ৰ পাঁচজন লোকক নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে আৰক্ষীৰ  বেহুৰ মাজেৰেই ৰাহুল-প্ৰিয়ংকাই যাত্ৰা আৰম্ভ কৰিছে হাথৰাছলৈ।

উল্লেখ্য দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশৰ হাথৰাছত বলাৎকাৰ কাণ্ডৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লোৱা কিশোৰীৰ পৰিয়ালৰ খবৰ ল’বলৈ যোৱাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষীৰ নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল ৰাহুল গান্ধী।

সিদিনা দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ হাথৰাছ অভিমুখে ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে ৰাহুল গান্ধীয়ে যাত্ৰা কৰিছিল।

উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে ৰাজ্য খনৰ আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়ংকাৰ কনভয় ৰখাই দিয়ে।

আৰক্ষীৰ বাধাৰ মাজতে ৰাহুল আৰু প্ৰিয়ংকাই খোজকাঢ়িয়েই গন্তব্যস্থল অভিমুখে যাবলৈ ধৰে।

এই কথাতে ক্ষুদ্ধ হৈ পৰে আৰক্ষী। আৰক্ষীয়ে ৰাহুল-প্ৰিয়ংকাৰ ওপৰত লাঠীচালনা কৰাৰ লগতে ৰাহুল গান্ধীক চোলাত ধৰি মাটিত বগৰাই দিয়ে।

ৰাহুলে কি কাৰণত আৰক্ষীয়ে তেওঁৰ সৈতে এনে ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন কৰাৰ সময়তে আইন ভংগ কৰাৰ বাবেই আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়ংকাক আটক কৰাৰ কথা প্ৰকাশ কৰে।

ইপিনে ৰাহুল গান্ধীক এনেদৰে আৰক্ষীয়ে টানি-আজুৰি মাটিত বগৰাই দিয়াৰ ঘটনাটোৱে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ইয়াৰ মাজতে আজি পুনৰ একে স্থানলৈ ৰাহুলৰ যাত্ৰা।

Recent News

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd