• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী শেল! অসম চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিলে ২০ দফীয়া ‘অভিযোগনামা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2026 7:41 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰিয়ংকা গান্ধী ভদ্ৰাই বৃহস্পতিবাৰে গুৱাহাটীত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে ২০ দফীয়া ‘ অভিযোগনামা’ (চাৰ্জশ্বীট) প্ৰকাশ কৰিলে। এই অভিযোগত তেওঁ দুৰ্নীতি আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে  চৰকাৰী প্ৰসাসনক ব্যৱহাৰ কৰি সংখ্যালঘুৰ মাজত ভয় সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে।

দুদিনীয়া ৰাজ্য ভ্ৰমণৰ প্ৰথম দিনাই প্ৰকাশ কৰা এই নথিখনত ​​অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ কাৰ্যকালত চৰকাৰে গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে, যেনে- ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদান আৰু চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা।

Apply Now

অসম বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৰীক্ষণ সমিতিৰ অধ্যক্ষ প্ৰিয়ংকাই লগতে শাসকীয় চৰকাৰৰ বিৰুদ্ধে “বৃহৎ দুৰ্নীতি”ৰ অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, একাংশ মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই “অবৈধভাৱে সম্পদ আহৰণ” কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকা ভদ্ৰাই ইয়াক গুৰুত্বহীন ঘটনা বুলি অভিহিত কৰে।

তেওঁ কয়, “প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে দলত্যাগৰ ঘটনা ঘটে। এয়া এক নিৰ্দিষ্ট আৰু অতি সাধাৰণ কথা। কিন্তু আমি কংগ্ৰেছে ঐক্যবদ্ধভাৱে যুঁজিম আৰু সকলোৱে ইয়াক যুদ্ধ হিচাপে লৈছে আৰু আমাৰ জোৱানসকলে যুঁজি জয়ী হ’ব।”

ৰাজ্যৰ বাহিৰৰ তিনিজন জ্যেষ্ঠ কংগ্ৰেছ নেতাইও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভূপেশ বাঘেল আৰু বন্ধু তিৰ্কীৰ সৈতে অসম নিৰ্বাচনৰ জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে দায়িত্ব পালন কৰিছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। তেওঁ দলটোৰ সম্ভাৱনাক লৈ আস্থা প্ৰকাশ কৰে।

শিৱকুমাৰে মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য নাকচ কৰি জনসাধাৰণৰ আৱেগ পৰিৱৰ্তনৰ পক্ষত আছে বুলি দৃঢ়তাৰে কয়। তেওঁ কয়,”এইখন কংগ্ৰেছৰ ৰাজ্য আৰু ইয়াত ইয়াৰ এক বৃহৎ উত্তৰাধিকাৰ আছে। যিসকলৰ কোনো ৰাজনৈতিক স্থান নাছিল,  বিজেপিয়ে কেৱল তেওঁলোককহে তুলি লৈছে। তেওঁ নিজৰ কামত দৃঢ় নহয়। তেওঁ নিজৰ প্ৰতিশ্ৰুতিত দৃঢ় নহয়। আপোনালোকে জানে যে তেওঁৰ দল ইয়াত হাৰিব। সেইবাবেই তেওঁ ভিত্তিহীন বক্তব্য দিছে।”

কংগ্ৰেছৰ এই পদক্ষেপে অসমত তীব্ৰ ৰাজনৈতিক প্ৰতিযোগিতাৰ সংকেত দিছে, কিয়নো দলসমূহে এখন তীব্ৰ বিধানসভা নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd