• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাওবৈচাৰ ঘটনা: ‘এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক’

নাওবৈচাৰ পানধোৱাত আৰক্ষীক আক্ৰমণৰ পাছতে এই প্ৰতিক্ৰিয়া আলফা নেতা জীতেন দত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2020 11:04 am
WhatsApp Image 2020-05-01 at 10.36.54 AM

আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। ফাইল ফটো

8.9k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাৰ পানধোৱাৰ এক মছজিদত জুম বান্ধি নামাজ পঢ়াৰ সময়ত এনে কাম নকৰিবলৈ আহ্বান জনাবলৈ যোৱা আৰক্ষীৰ দলক শিলাবৰ্ষণ কৰাৰ পাছতে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সকলোৱে একেমুখে এই ঘটনাৰ গৰিহণা দিয়াৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰিছে আলোচনাপন্থী আলফা নেতা জীতেন দত্তই।

এনেধৰণৰ আক্রমণকাৰীক গুলীওৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ আৰক্ষীক আহ্বান জনাইছে।

“এই মূহূৰ্ততে যদি এইবোৰৰ ওপৰত দৃষ্টান্ত মূলক কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অসমক এইসোপাই কাশ্মীৰ বনাই দিব৷ এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক,”- নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে এই মন্তৱ্য কৰিছে দত্তই।

তেওঁ আৰু লিখিছে যে যোৱা কিছু দিনৰ পৰা অসমত শিলাবৰ্ষণেৰে আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।

WhatsApp Image 2020-05-01 at 10.36.12 AM
জীতেন দত্তৰ ফেচবুক প’ষ্টটো।

“কাশ্মীৰত সেনা-বাহিনীক আক্ৰমণ কৰা পদ্ধতি যেন ইয়ালৈ কঢ়িয়াই আনিছে। বিশেষকৈ বৰ্তমান বাংলাদেশ আৰু আগৰ পূব পাকিস্তানৰ পৰা প্ৰৱজন ঘটা একাংশ লোকৰ মাজতে এনে প্ৰৱনতা বৃদ্ধি পাইছে। অপৰাধ প্ৰৱণতাও এনে এচাম মানুহৰ মাজতেই অধিক দেখা পোৱা যায়,”-এইদৰে কয় জীতেন দত্তই।

ইপিনে, লকডাউনৰ সময়ত বজাৰ বন্ধ কৰিবলৈ যাওতে বা ৰাজহুৱা নামাজত বাধা আৰোপ কৰিবলৈ যাওতে আক্ৰমণ এইবোৰ ভবিষ্যতে সৃষ্টি হব পৰা এক ভয়াবহ পৰিস্থিতিৰ আগজাননী দিয়া বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয়, “এসোপা মানুহ খাব নাপাই হাহাকাৰ কৰিছে আৰু এই সোপাৰ ৰাজহুৱা নামাজ পঢ়াৰ উৎপাত হৈছে।”

উল্লেখযোগ্য যে, কালি নাওবৈচাৰ পানধোৱাৰ এটা মছজিদত নামাজ পঢ়াৰ কাৰণে চৰকাৰ প্ৰশাসনৰ বাধা স্বত্তেও প্ৰায় ২০০ লোক সমবেত হৈছিল। এই খবৰ পাই নাওবৈচা আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ গৈ তেওঁলোকক বুজাবৰ চেষ্টা কৰাত একাংশই তেওঁলোকলৈ শিলাবৰ্ষণ কৰাৰ লগতে তেওঁলোকৰ বাহনৰো ক্ষতিসাধন কৰে।

জানিব পৰা মতে এজন আৰক্ষী বিষয়া আৰু তিনিজন সেনা জোৱান শিলাবর্ষণত আঘাতপ্ৰাপ্ত হৈছে।

Tags: COVID-19

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd