DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

বেংকত প্ৰৱেশ কৰি বেংকৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত ইতিমধ্যে দুইজন গ্ৰাহককে গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2023 8:30 pm
61
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩ ফেব্ৰুৱাৰীত গুজৰাটৰ এটি বেংকত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। দুজন গ্ৰাহকে বেংকত প্ৰৱেশ কৰি মাৰপিট কৰিছে বেংকৰ কৰ্মচাৰীক। গুজৰাটৰ নদিয়াদত সংঘটিত হৈছে এই ঘটনা।

ঋণ লোৱাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই মাৰ–পিটৰ ঘটনা। ৩ ফেব্ৰুৱাৰীৰ দিনা বেংকৰ দুজন গ্ৰাহকে দুপৰীয়া বেংকলৈ সোমায়েই বেংকৰ এজন কৰ্মচাৰীৰ ফালে চোঁচা লয়। তেওঁলোকে কৰ্মচাৰীজনৰ চোলাত ধৰি চৰ আৰু গোৰ মাৰি আহত কৰে কৰ্মচাৰীজনক।

কৰ্মচাৰীজনে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা শুকুৰবাৰে দুপৰীয়া তেওঁলোকে বেংকত সোমাই মোক মাৰপিট কৰিবলৈ ধৰে। এই সকলোবোৰ দেখি যেতিয়া মোক বচাবলৈ বেংকৰ আন কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীসকল আগবাঢ়ি আহিছিল, তেতিয়া তেওঁলোককো মাৰপিট কৰে গ্ৰাহক দুজনে।

বেংকত প্ৰৱেশ কৰি বেংকৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত ইতিমধ্যে দুইজন গ্ৰাহককে গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।

যোৱা ৩ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই ঘটনাৰ চিচি টিভি ফুটেজ দেওবাৰে প্ৰকাশ কৰা হয়। ইতিমধ্যেই সামাজিক মাধ্যমত বিয়পি পৰিছে এই মাৰপিটৰ দৃশ্য।

#WATCH | An employee of the Bank of India, Nadiad branch was thrashed by a customer over the issue of a bank loan on 3rd February. Case registered under SC-ST (Prevention of Atrocities Act) in Nadiad Town Police Station#Gujarat pic.twitter.com/JJbMzA2cOO

— ANI (@ANI) February 5, 2023

ভুক্তভোগী বেংক কৰ্মচাৰীজনৰ নাম মনীষ ধনগৰ। তেওঁ উক্ত বেংকত ঋণ বিভাগ চম্ভালে। জানিব পৰা মতে মাৰপিট কৰা এজন গ্ৰাহকৰ নাম সমৰ্থ ব্ৰহ্মত।

Recent News

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd