• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড০ নীলিমা শৰ্মালৈ আগবঢ়োৱা হৈছে আউনীআটী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2019 8:07 am

1 min read

sankardev bota to nilima sarma.photo

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা প্ৰাপ্ত গৱেষক ড০ নীলিমা শৰ্মা।

548
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড° নীলিমা শৰ্মাক আউনীআটী সত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা বঁটা ২০১৭’ প্ৰদান কৰা হৈছে ৷ শনিবাৰে লখিমপুৰৰ আউনীআটী বান্দৰদেৱা শাখা সত্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ২০০৫ চনৰ পৰাই  আউনীআটী সত্ৰই শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা প্ৰদান কৰি আহিছে ৷ এইবছৰ এই বঁটা গৱেষক-পণ্ডিত ড° নীলিমা শৰ্মাক প্ৰদান কৰা হয় ৷ ড০ শৰ্মাক শ্ৰীমন্ত শংকৰদেৱ বিষয়ক তেওঁৰ Rethinking Sankardeva’s Philosophy in The 21st Century নামৰ গৱেষণা গ্ৰন্থখনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা, এখন মানপত্ৰ, আউনীআটী সত্ৰৰ স্মাৰক, বেতৰ বিচনি আৰু এটি গ্ৰন্থৰ টোপোলা ৷

আউনীআটী সত্ৰৰ বান্দৰদেৱা শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানৰ তৃতীয় দিনাৰ কাৰ্যসূচীত বঁটাতো প্ৰদান কৰে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।

ইয়াৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা লাভ কৰা ব্যক্তিসকলৰ মাজত আছে ড০ নিৰুপমা মহন্ত, ড০ মহেশ্বৰ হাজৰিকা, শিৱনাথ বৰ্মন, তিলক চন্দ্ৰ মজুমদাৰ, ড০ বিমল ফুকনকে ধৰি আন কেইবাগৰাকীও ব্যক্তি।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd