• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বভাৰতীত যোগদান অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 8:43 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বভাৰতীৰ ভাষা ভৱনৰ কনফাৰেন্স হলত কালি (৫ মে’, ২০২৫) দিনৰ ১১.৩০ বজাত ভাষা-ভৱন আৰু অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত এখনি গাম্ভীৰ্য্যপূৰ্ণ সভাত বিশ্বভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ নৱনিযুক্ত পৰামৰ্শদাতা অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীক বিপুলভাৱে আদৰণি জনোৱা হয়৷

অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীক বিশ্বভাৰতীলৈ আনুষ্ঠানিকভাৱে আদৰণি জনাবৰ উদ্দেশ্য আয়োজিত এই সভাৰ আৰম্ভণিতে বিশ্বভাৰতীৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য অধ্যাপক নাৰায়ণ চন্দ্ৰ মণ্ডল আৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ পৰামৰ্শদাতা অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীক ভাষা ভৱনৰ অধ্যক্ষ অধ্যাপক মৃণালকান্তি মণ্ডল, অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ডঃ সংগীতা শইকীয়া প্ৰমুখ্যে অন্যান্যসকলে শান্তিনিকেতনৰ পৰম্পৰাৰে আদৰণি আৰু সম্বৰ্ধনা জনায়৷

Apply Now

সভাত বিশ্বভাৰতীৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য অধ্যাপক নাৰায়ণ চন্দ্ৰ মণ্ডলে অধ্যাপক দেৱ গোস্বামীক আদৰণি জনাই ভাষণ প্ৰদান কৰাৰ পাছতে ‘শ্ৰীমন্ত শংকৰদেৱ আৰু মধ্য যুগ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশ্বভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ নৱনিযুক্ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী দেৱ গোস্বামীয়ে৷ দেৱ গোস্বামীয়ে তেওঁৰ সুদীৰ্ঘ ভাষণৰ উপৰি সমৱেত অধ্যাপক, গৱেষক, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দান কৰে৷ দেৱ গোস্বামীৰ বক্তৃতাৰ পাছতে বক্তব্য আগবঢ়ায় ভাষা ভৱনৰ অধ্যক্ষ অধ্যাপক মৃণালকান্তি মণ্ডলে৷

ইয়াৰ আগেয়ে সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে বিশ্বভাৰতীৰ সংগীত ভৱনৰ গৱেষক ছাত্ৰী প্ৰিয়ংকা মণ্ডলে৷ অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী তথা শ্ৰীমন্ত শংকৰদেৱ আসনৰ সমন্বয়ক ডঃ সংগীতা শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰা সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ভাষা ভৱনৰ উপাধ্যক্ষ অধ্যাপক তপু বিশ্বাসে৷ সভাৰ সামৰণি পৰে বিশ্বভাৰতীৰ সমৱেত আশ্ৰম সংগীতেৰে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd