DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিপিএফৰ দলীয় সভাত বিটিচিৰ শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
March 6, 2022 10:38 am
BPF criticize UPPL rules
114
VIEWS
Share on FacebookShare on Twitter

বিটিআৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি তিতাগুৰীত অনুষ্ঠিত হয় ৷

এই উপলক্ষে আজি তিতাগুৰীৰ ছৌদমশ্ৰী ক্লাৱৰ পথাৰত ৰাতিপুৱা বিপিএফৰ দলীয় পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে জিলা সভাপতি দেৰহাচাৎ বসুমতাৰীয়ে ৷

বসুমতাৰীয়ে পতাকা উত্তোলনৰ পিছতে আঞ্চলিক সমিতি আৰু বিএচ ইউ ৰ লগতে বিপিএফৰ যুৱ আৰু মহিলা গোটৰ দলীয় পতাকা উত্তোলন আৰু শ্বহীদ সকলৰ স্মৃতিত পুষ্পাৰ্ঘ অৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

আনহাতে, দিনজোৰা বিপিএফৰ কাৰ্যসূচীত দুপৰীয়া এখন সাধাৰণ সভা উদ্বোধন কৰিব বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা দলীৰ উপসভানেত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই ৷ 

সভাত মুখ্য অতিথি হিচাবে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, সন্মানীয় অতিথি হিচাবে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু বিপিএফৰ এম চি এল এ সকল উপস্থিত থাকিব ৷

উল্লেখ্য যে, বিপিএফৰ সাধাৰণ সভাখনৰ যোগেদি আজি প্ৰতিনিধি সভাৰ সৰ্বসন্মতিক্ৰমে দলৰ কোকৰাঝাৰ জিলা সমিতিখন নতুনকৈ গঠিত হব ৷

লগতে পঢ়ক: ‘ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমান’: পাশ্চাত্যক সকীয়ালে পুটিনে

ইপিনে, বিপিএফৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি দেৰহাচাৎ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শালসনৰ  নামত অৰাজকতাৰ ৰাজ চলোৱা বুলি কয় ৷

তেওঁ বিটিচিত উন্নয়নৰ নামত জনতাক ভুৱা প্ৰতিশ্ৰতি প্ৰদান কৰি ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd