• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰা বাবেই পশ্চিমবংগত পাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 22, 2019 11:55 am

1 min read

Boycot Popon

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1k
VIEWS
Share on FacebookShare on Twitter

‘‘আপুনিও শুনিব বিচাৰে নেকি বঙালী বিৰোধী সুৰ। অসমীয়া কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত অসমৰ বঙালিৰ শত্ৰু আনকি হিন্দু বঙালিক নাগৰিকত্ব দিয়া বিধেয়কৰো বিৰোধী পাপন। পাপনে বঙালিক ৰাষ্ট্ৰহীন কৰিবলৈ চেষ্টা কৰিছে। পাপনে অসমত বঙালীৰ ৰক্ত বিভিষিকা তৈয়াৰত জড়িত”।

কলকাতাৰ কিছুমান সংবাদ মাধ্যমত এনেদৰে অসমৰ মৰমৰ শিল্পী অংগৰাগ পাপন মহন্তৰ বিৰুদ্ধে এনেদৰে বাতৰি প্ৰকাশ কৰা হৈছে। থায়ে থায়ে পাপনৰ সংগীতানুষ্ঠানৰ বিৰোধিতা কৰি দল-সংগঠনে দেৱালত পাপনক বয়কট কৰাৰ বাবে বেনাৰ-পোষ্টাৰো লগাইছে।

উল্লেখযোগ্য যে, এটা সংগীতানুষ্ঠানত অংশ লোৱাৰ বাবে কলকাতালৈ যোৱা পাপনৰ বিৰুদ্ধে কিছুমান বঙালী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তেওঁক পশ্চিম বংগৰ পৰা উভতি যাবলৈ হুমকি দিয়ে।

তদুপৰি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত লাখ লাখ বঙালী মানুহৰ নাম বাদ পৰা আৰু ডিটেনশ্যন কেম্পত বঙালী লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি পাপনে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ প্ৰসংগ উল্লেখ কৰি চলো পাল্টাই বাহিনীয়ে পাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পাপনক বাংলাৰ মাটিত গান গোৱাৰ কোনো অধিকাৰ নাই আৰু ভবিষ্যতে পাপনক বাংলা চলচ্চিত্ৰত গান গোৱাৰ সুযোগ নিদিবলৈও উগ্ৰ বাংলা জাতীয়তাবাদী বাহিনীয়ে দাবী জনাইছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd