• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

গুৱাহাটী হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি ল'লে পৰমেশ নায়কে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2019 10:16 am

1 min read

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

প্ৰতিনিধিত্বমূলক ফটো

602
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৰা আন্দোলনত হোৱা শ্বহীদৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈ।

শনিবাৰে অৰ্থাৎ ১৪ ডিচেম্বৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে পৰমেশ নায়ক ওৰফে ঈশ্বৰে।

নিশা প্ৰায় ১০ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লোৱা পৰমেশ নায়ক ওদালগুৰিৰ মাজুলী বাগানৰ নিৱাসী বুলি জানিব পৰা গৈছে।

১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰোতে গুলীবিদ্ধ হৈছিল পৰমেশ। পৰমেশৰ পিঠিত গুল লাগিছিল আৰু ইয়াৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত ভৰ্তি কৰোৱা হৈছিল পৰমেশক।

উল্লেখযোগ্য যে পূৰ্বতেও চাৰিজনকৈ প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’ব লগীয়া হৈছিল।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd