• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত নিলম্বিত প্ৰধান শিক্ষকে পুনৰ বিদ্যালয়ত যোগদান কৰিবলৈ অহাত উত্তপ্ত পৰিস্থিতি

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , July 5, 2019 6:22 pm

1 min read

চামগুৰিত নিলম্বিত প্ৰধান শিক্ষকে পুনৰ বিদ্যালয়ত যোগদান কৰিবলৈ অহাত উত্তপ্ত পৰিস্থিতি
332
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এজন বিতৰ্কিত প্রধান শিক্ষকে যোগদান কৰিবলৈ যোৱাত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আজি দুপৰীয়া বিদ্যালয়খনত এগৰাকী নিলম্বিত প্ৰধান শিক্ষকে পুনৰ যোগদান কৰিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল।

উল্লেখযোগ্য যে মধ্যাহ্ন ভোজনৰ চাউল চুৰি, বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত কেইমাহমানৰ পূৰ্বে নিলম্বিত হৈছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষক লীনকান্ত বিশ্বাস।

কিন্তু আজি পুনৰ বিতৰ্কিত প্ৰধান শিক্ষকগৰাকীয়ে একাংশ লোকৰ সৈতে গোপন মিতিৰালি কৰি বিদ্যালয়খনত যোগদান কৰিবলৈ অহাক কেন্দ্ৰ কৰি বিদ্যালয় প্ৰাংগণতে ক্ষুভিত স্থানীয় ৰাইজে শিক্ষকজনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে ৰাইজৰ সমূহ অভিযোগক অভিযুক্ত শিক্ষক নীলকান্ত বিশ্বাসে নস্যাৎ কৰি আইনী নিৰ্দেশ মৰ্মেহে বিদ্যালয়খনত যোগদান কৰিবলৈ অহা বুলি বিদ্য্যলয় পৰিচালনা কমিটিৰ বিষয়ববীয়াক জানিবলৈ দিয়ে।

ইফালে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা কৰি আমবাগন আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিপৰীতে স্থানীয় ৰাইজে আলোচনা মৰ্মে অভিভাৱক সভা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত শিক্ষকগৰাকীৰ পুনৰ যোগদান প্ৰক্ৰিয়া স্থগিত ৰাখে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd