• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাটিয়াত তীব্ৰ প্ৰতিবাদ; হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ বাবে বন বিভাগক দোষাৰোপ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , October 30, 2019 1:00 pm

1 min read

IMG-20191030-WA0016

ফটো : নৰ্থ-ইষ্ট নাও

552
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰৰ দিনটোত গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত পাঁচজনকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি জিলাখনৰ মাটিয়া থানাৰ সন্মুখত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

২৪ ঘণ্টাৰ ভিতৰতে পাঁচজনকৈ লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাক বন বিভাগৰ চৰম বিফলতা আখ্যা দিয়াৰ লগতে বিয়াগোম বিভাগটোৱে নিৰ্লিপ্ত ভূমিকা পালন কৰা বুলি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।

প্ৰতিবাদকাৰী সকলে থানাৰ সন্মুখত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি বনৰীয়া হাতীৰ সন্ত্ৰাসৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে মঙলবাৰে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হ’ল ক্ৰমে বাকাইটাৰী গাঁৱৰ টিকেন চন্দ্ৰ নাথ, মিজানুৰ ৰহমান আৰু জাহানাৰা খাতুন।

আনহাতে ‘লাডেন’ নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত সিধাবাৰী গাঁৱৰ মিনতী কলিতা আৰু কাৰিপাৰা বগুৱানৰ হাছিনা বেগম নামৰ দুগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd