• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ গোচৰত বিজেপি মন্ত্ৰীৰ পুত্ৰ জড়িত থকাৰ অভিযোগ; গ্ৰেপ্তাৰৰ দাবীত আগৰতলাত প্ৰতিবাদ

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
October 28, 2022 1:09 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

BJP minister’s son for alleged involvement in rape এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণত জড়িত থকাৰ অভিযোগত ত্ৰিপুৰাৰ বিজেপি নেতা তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী ভগবান দাসৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে আগৰতলাত দুটা সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে।

ভাৰতীয় ছাত্ৰ ফেডাৰেচন (SFI) আৰু অল ইণ্ডিয়া ডেমক্ৰেটিক উইমেন এছ’চিয়েশ্যন (AIDWA)ৰ সদস্যৰ প্ৰতিবাদকাৰীসকলে মন্ত্ৰী ভগবান দাসৰ পুত্ৰৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়।

লগতে পঢ়ক: দুধনৈত তিনি নাবালিকাক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ তিনি পাষণ্ডৰ; ৰঙা ঘৰৰ আলহী তিনি নৰাধম

Apply Now

প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে অভিযুক্ত মন্ত্ৰীৰ পুত্ৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

অল ইণ্ডিয়া ডেমক্ৰেটিক উইমেন এছ’চিয়েশ্যনৰ এগৰাকী নেত্ৰীয়ে কয়, “মন্ত্ৰীজনৰ পুত্ৰক বচাবলৈ আৰক্ষীয়ে স্পষ্ট প্ৰয়াস কৰিছে আৰু তথ্যবোৰ ঢাকিবলৈ চেষ্টা কৰিছে। বিজেপি চৰকাৰৰ শাসনত ত্ৰিপুৰাত মহিলাসকল সুৰক্ষিত নহয়।”

সংগঠনটোৰ কৰ্মীসকলে আগৰতলাৰ চিটি চেণ্টাৰত প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: হিংসাজৰ্জৰ পাকিস্তানতকৈও কম সুৰক্ষিত ভাৰত! আটাইতকৈ বেয়া পৰিস্থিতি আফগানিস্তানৰ

ইপিনে, আগৰতলাত ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি চিপিআই (এম)ৰ ছাত্ৰ শাখা সংগঠন এছএফআইয়ে অভিযোগ কৰে যে মন্ত্ৰীজনৰ পুত্ৰ কুমাৰঘাট দলবদ্ধ বলাৎকাৰ গোচৰত পোনপটীয়াকৈ জড়িত আছিল।

এছএফআইৰ ৰাজ্যিক সম্পাদক সন্দীপন দেৱে ত্ৰিপুৰা চৰকাৰক সমালোচনা কৰি অভিযোগ কৰে যে ৰাজ্যখনত আইনৰ কোনো শাসন নাই।

দেৱে কয়, “ৰাজ্যখনত প্ৰায় প্ৰতিদিনেই ছাত্ৰী, নাবালিকা, যুৱতী আৰু মহিলাক ধৰ্ষণ কৰা হৈছে। এই চৰকাৰে ৰাজ্যখনৰ মহিলাসকলক সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।‘’

লগতে পঢ়ক: নান-ধৰ্মযাজকসকলেও পৰ্ণগ্ৰাফী চায়! এই অভিযোগ পোপ ফ্ৰান্সিছৰ

এছএফআইৰ ৰাজ্যিক সভাপতি চোলেমান আলীয়ে কয় যে আৰক্ষীয়ে মন্ত্ৰীজনৰ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে তেওঁলোকে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব। 

এন ই নাও নিউজ, আগৰতলা

এন ই নাও নিউজ, আগৰতলা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd