• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেছি-ৰোনাল্ডোক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ হ’ল পিএছজিৰ ফৰাচী ষ্ট্ৰাইকাৰ এমবাপে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2022 11:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PSG star Mbappe beats Lionel Messi and Cristiano Ronaldo পেৰিছ ছেইণ্ট জাৰ্মেইনৰ ষ্ট্ৰাইকাৰ কেলিয়ান এমবাপে ফৰ্বছ আলোচনীৰ বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ফলস্বৰূপে লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে যোৱা আঠ বছৰত প্ৰথমবাৰৰ বাবে শীৰ্ষ স্থান হেৰুৱাইছে।

২০২২-২৩ বৰ্ষৰ বাবে এমবাপেৰ সম্ভাৱ্য উপাৰ্জন হৈছে ১২৮ নিযুত ডলাৰ। অৱশ্যে এজেণ্টৰ মাচুল ইয়াৰ পৰা বাদ দিয়া হ’ব। তথাপিও ফৰাচী ফুটবলাৰজনে ফৰ্বছৰ বাৰ্ষিক ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে।

Apply Now

এমবাপেৰ পিএছজি সতীৰ্থ মেছি ১২০ নিযুত ডলাৰৰ উপাৰ্জনৰে তালিকাৰ দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত থকা ম্যানচেষ্টাৰ ইউনাইটেডৰ পৰ্তুগীজ তাৰকা ৰোনাল্ডোৱে ১০০ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।

শীৰ্ষ পাঁচজনৰ ভিতৰত আন দুজন খেলুৱৈ হৈছে পিএছজিৰ নেইমাৰ আৰু মহম্মদ ছালাহ। ব্ৰাজিলিয়ান তাৰকা নেইমাৰৰ বাৰ্ষিক উপাৰ্জন হৈছে ৮৭ নিযুত ডলাৰ। লিভাৰপুলৰ ফৰৱাৰ্ড ছালাহৰ আয় ৫৩ নিযুত ডলাৰ।

বৰুছিয়া ডৰ্টমুণ্ড এৰি ম্যানচেষ্টাৰ চিটিত যোগদান কৰা এৰলিং হালাণ্ডে প্ৰিমিয়াৰ লীগৰ ছিজন সুন্দৰভাৱে আৰম্ভ কৰিছে। আত্মপ্ৰকাশ কৰিয়েই তেওঁ ৩৯ নিযুত ডলাৰ উপাৰ্জন কৰে আৰু শীৰ্ষ দহটা স্থান লাভ কৰে। ৩০ বছৰৰ তলৰ দুজন ফুটবলাৰ আছে, এমবাপে আৰু হালাণ্ড।

ফৰ্বছৰ প্ৰতিবেদন অনুসৰি, মেছি আৰু ৰোনাল্ডো তেওঁলোকৰ বৰ্ণময় কেৰিয়াৰৰ শেষত উপনীত হৈছে। সেয়েহে এতিয়া তালিকাৰ শীৰ্ষস্থানবোৰ ক্ৰমান্বয়ে এমবাপে, হালাণ্ডেহঁতৰ দখললৈ গৈ আছে।

অনুমান কৰা হৈছে যে এইবাৰ প্ৰথম ১০ জন খেলুৱৈয়ে অভিলেখ পৰিমানৰ মুঠ ৬৫২ নিযুত ডলাৰ উপাৰ্জন কৰিব। সেয়া যোৱা বছৰৰ ৫৮৫ নিযুত ডলাৰৰ তুলনাত ১১ শতাংশ অধিক।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd