• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেজৰ নাকতে খৰ! দুর্বৃত্তক অস্ত্র যোগান ধৰা অপৰাধত ডি এছ পিৰ দেহৰক্ষীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2019 9:56 am
Manoj Barman

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আৰক্ষী জোৱান মনোজ বৰ্মন। ফটোৰ উৎস : প্ৰতিদিন টাইম।

4.3k
VIEWS
Share on FacebookShare on Twitter

চোৰ-ডকাইত-দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান চলোৱা খোদ অসম আৰক্ষীৰ এজন ডি এছ পিৰ দেহৰক্ষী (পি এছ অ’) গ্ৰেপ্তাৰ হৈছে দুৰ্বৃত্তক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি অহাৰ অপৰাধত।

নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেহৰক্ষীজনৰ নাম মনোজ বৰ্মন আৰু তেওঁ বিশেষ সংৰক্ষিত বাহিনীৰ আৰক্ষী উপ-অধীক্ষক (ডি এছ পি) এজনৰ পি এছ অ’ হিচাপে কৰ্মৰত আছিল।

যোৱা ২১ আগষ্টত ধৰা পৰা দুজন ডকাইতক জেৰা কৰি পৰা পোৱা তথ্যৰ ভিত্তিত বৰ্মনক নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত যোৱা এটা দলে নলবাৰীৰ বৰঝাৰত থকা গণেশ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে।

তেওঁৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ।

আৰক্ষীৰ মানুহ হোৱাৰ সুবিধাত বৰ্মনে দীৰ্ঘদিনৰ পৰা ডকাইত-দুৰ্বৃত্তক ধনৰ বিনিময়ত অস্ত্ৰৰ যোগান ধৰি আহিছিল। অস্ত্ৰবোৰ বৰ্মনে ক’ৰ পৰা আহৰণ কৰিছিল সেই তথ্য সূত্ৰটোত উল্লেখ নাই।

২১ আগষ্টত আৰক্ষীয়ে এটা ১০ লাখ টকীয়া নাইন এম এম পিষ্টলসহ গ্ৰেপ্তাৰ কৰা নুৰুল হুছেইন আৰু জাকিৰ হুছেইন নামৰ ডকাইত দুজনক বৰ্মনেই উক্ত পিষ্টলটো যোগান ধৰা বুলি সূত্ৰটোত প্ৰকাশ।

বৰ্মনৰ বিৰুদ্ধে নলবাৰী থানাত এটা গোচৰ (৫৮১/১৯) ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰি আছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd