• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাধৱী পুৰি বুচ কেলেংকাৰী প্ৰসংগ; বিত্তীয় অনিয়মৰ পৰ্যালোচনাৰ বাবে ছেবিক চমন PACৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2024 10:51 am
বিত্তীয় অনিয়মৰ অভিযোগত ছেবিক চমন জাৰি কৰিছে সংসদীয় ৰাজহুৱা হিচাপ সমিতিয়ে।

বিত্তীয় অনিয়মৰ অভিযোগত ছেবিক চমন জাৰি কৰিছে সংসদীয় ৰাজহুৱা হিচাপ সমিতিয়ে।

527
VIEWS
Share on FacebookShare on Twitter

বিগত কেইমাহমানৰ পৰা দেশৰ ৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। একাধিক বিত্তীয় অনিয়মৰ অভিযোগত সংসদীয় ৰাজহুৱা হিচাপ সমিতি বা পিএচিয়ে ছেবিক চমন জাৰি কৰিছে। সংসদৰ ৰাজহুৱা হিচাপ সমিতিয়ে সেই সংস্থাটোত কেনেদৰে কাম-কাজ চলি থাকে তাৰ তদন্ত কৰিব বিচাৰিছে।

২৪ অক্টোবৰত এই সন্দৰ্ভত PAC (Public account committee)ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। শেহতীয়াকৈ দেশৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বী মাধৱী পুৰি বুচৰ বিৰুদ্ধে জালিয়াতিৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে। এই প্ৰেক্ষাপটতে সংসদীয় সমিতিয়ে ছেবিক পুনৰীক্ষণ বৈঠকৰ বাবে মাতিছে।

কেৱল ছেবিয়েই নহয়, পিএচিয়ে ট্ৰাইৰ সঞ্চালক অনিল কুমাৰ লাহোতি বা তেওঁৰ যিকোনো প্ৰতিনিধিকো চমন কৰিছে। যোৱা আগষ্ট মাহত ছেবি মুৰব্বী মাধৱী পুৰি বুচৰ আদানীৰ বিভিন্ন কোম্পানীত বৃহৎ অংশীদাৰিত্ব থকা বুলি জনা গৈছিল।

লগতে পঢ়কঃ বাণিজ্যিক বৈঠকৰ খৰচৰ বাবদ প্ৰায় ডেৰ কোটি অনাদায়! মহাৰাষ্ট্ৰৰ চৰকাৰলৈ আইনী জাননী চুইছ সংস্থাৰ

বিষয়টো পোহৰলৈ অহাৰ লগে লগে দেশৰ ৰাজনীতিত হুলস্থুলৰ সৃষ্টি হয়। কাৰণ ছেবিৰ দৰে ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত মাধৱী পুৰিৰ দৰে ‘বিতৰ্কিত’ ব্যক্তিক বিৰোধী দলসমূহে মানি ল’ব পৰা নাই। কাৰণ ছেবিৰ দৰে প্ৰতিষ্ঠান এটাই নিৰপেক্ষভাৱে আৰু আইন অনুসৰি কাম কৰাটোৱে সাংবিধানিক।

কিন্তু সেই ক্ষেত্ৰত কংগ্ৰেছকে ধৰি বিৰোধীয়ে আপত্তি কৰিছিল ‘মোডী-ঘনিষ্ঠ’ উদ্যোগপতিজনৰ কোম্পানীটোত অংশীদাৰিত্ব থকাৰ বাবে তেওঁ কিমান নিৰপেক্ষ হৈ থাকিবলৈ সক্ষম হৈছে। লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধীয়ে নিৰ্বাচনী বণ্ডৰ গোচৰত ছেবি আদালতৰ লগতে ছেবিৰো কাষ চাপিছিল।

কেইবাটাও সংগঠনে ছেবিৰ অধীনস্থ নিৰ্বাচনত হোৱা বিত্তীয় অনিয়মৰ তদন্তৰ আহ্বান জনায়। আনকি তেতিয়াৰ আমেৰিকাৰ এজেন্সী হিণ্ডেনবাৰ্গেও মাধৱী পুৰিৰ বিষয়ে এনে তথ্য ফাদিল কৰা নাছিল। এই কথা পোহৰলৈ অহাৰ লগে লগে মোডী চৰকাৰ অধিক চাপত পৰিবলগীয়া হ’ল।

লগতে পঢ়কঃ অসম সন্মিলিত মৰ্চা কৰা হ’ল অসমৰ বিৰোধী মঞ্চৰ নাম; ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তুতি!

এইবাৰ ট্ৰাইৰ সৈতে পিএচিৰ পৰ্যালোচনাৰ বাবে ছেবিক মতাটোৱে মোডী চৰকাৰৰ উদ্বেগ বঢ়াব বুলিয়েই ভাবিছে ৰাজনৈতিক মহলে। কাৰণ PAC ৰ দৰে সমিতিত বিৰোধী সাংসদৰ উপস্থিতি থাকিব। ৰাজনৈতিক মহলে অনুভৱ কৰিছে যে ছেবি বিষয়াৰ ওপৰত কৰা পৰ্যালোচনাই কেন্দ্ৰক অস্বস্তিত পেলাব। 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd