• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লজ্জানত সমাজ : নগ্ন নৃত্য প্ৰদৰ্শন নকৰাৰ বাবেই হত্যাৰ ভাবুকি মহিলা শিল্পী দলক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 8, 2019 12:35 pm

1 min read

নাৰী-নিৰ্যাতন

প্ৰতিনিধিত্বমূলক ফটো

896
VIEWS
Share on FacebookShare on Twitter

সভ্যতাক লজ্জানত কৰা এক ঘটনা পোহৰলৈ অহাৰ পাছতে সম্প্ৰতি ঘটনাটোৱে ৰাজ্যখনৰ সভ্য সমাজক জোকাৰি গৈছে। ছয়গাঁৱৰ আঁচলপাৰাত সংঘটিত হোৱা এই ঘটনাত দৰ্শকৰূপী একাংশ লোকে মহিলা শিল্পীদলক উলংগ নৃত্য কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।

ঈদ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ কেইবাটাও দলক আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াতেই সংঘটিত সেই অবাঞ্চিত তথা নিন্দনীয় ঘটনাটোত একাংশ লোকে মহিলা শিল্পী দলৰ ওপৰত অত্যাচাৰ চলায়।

জানিব পৰা মতে, শ শ উত্তেজিত দৰ্শকে মহিলা শিল্পীক নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে হত্যাৰ ভাবুকি দিয়ে। শিল্পীৰ দলে কোনোমতে অনুষ্ঠান আয়োজন কৰা ঠাইৰ পৰা পলায়ন কৰি পুৱতি নিশা বকো থানাত আশ্ৰয় লয়।

ইপিনে, ঘটনাৰ পাছতে ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় জোৰশিমলু আৰক্ষী। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

আনহাতে, স্থানীয় সূত্ৰই জানিব দিয়ে যে আয়োজক সমিতিয়ে মহিলা শিল্পীসকলক কোঁচ বিহাৰৰ নৃত্য দল বুলি দৰ্শকক টিকট বিক্ৰী কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি  ইতিমধ্যে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে সচেতন মহলে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd