• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধিং এক্সপ্ৰেছলৈ ৪ ছেপ্তেম্বৰত বিশাল ৰাজহুৱা সম্বৰ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 10:18 pm
Hima-Das
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধিং এক্সপ্ৰেছ হিমা দাসক ৰাজহুৱা সম্বৰ্ধনাৰ ‘দুঃশ্চিন্তা’ৰ পৰা সুৰক্ষিত কৰিবলৈ গুৱাহাটীত এক কেন্দ্ৰীয় সম্বৰ্ধনাৰ আয়োজন কৰিছে অসম চৰকাৰে।

অসমৰ স্বৰ্ণ কন্যাগৰাকীক আদৰণি জনাবলৈ অসমৰ ক্ৰীড়াপ্ৰেমী ঢাপলি মেলাটো স্বাভাৱিক। যি নহ’লেও হিমাই দেশৰ হৈ আজুৰি আনিছে এটা সোণ আৰু ২টাকৈ ৰূপৰ পদক আৰু এছিয়ান গে’মছ বা আন তেনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইমান পদক জিনা তেৱেঁই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ।

Apply Now

অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নৰ্থ ইষ্ট নাও-ক শনিবাৰে জনোৱা মতে নিৰ্ধাৰিত সূচী অনুযায়ী, হিমা অহা ৪ ছেপ্তেম্বৰত গুৱাহাটী পাবহি বুলি আশা কৰা হৈছে, আৰু একেদিনাই তেওঁ নগাঁৱৰ ধিঙৰ পিতৃগৃহত উপস্থিত হোৱাৰ কথা।

‘সৰুসজাই ষ্টেডিয়ামত আমি এক ৰাজহুৱা আদৰণিৰ পৰিকল্পনা কৰিছো,’ এছিয়ান গে’মছৰ ব্যস্ত সূচীৰ পিছত বিভিন্ন সংগঠনৰ অসংখ্য আদৰণিত উপস্থিত থকাটো হিমাৰ বাবে পীড়াদায়ক হ’ব বুলি উল্লেখ কৰি বিষয়াজনৰ মন্তব্য।

বিষয়াগৰাকীয়ে দাবী কৰা মতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য মন্ত্ৰী আৰু জ্যেষ্ঠ আমোলাই হিমাৰ ৰাজহুৱা আদৰণিত অংশ গ্ৰহণ কৰিব।

জ্যেষ্ঠ বিষয়াগৰাকীয়ে জনাই যে হিমাক লৈ চৰকাৰ অতিৰিক্তভাৱে সতৰ্ক হ’ব কাৰণ তেওঁ তেওঁৰ অনুশীলনত অধিক মনোযোগ আৰোপ কৰাৰ প্ৰয়োজন আৰু এছিয়ান গে’মছৰ সফলতাৰ সম্বৰ্ধনাৰ নামত তেওঁ উটি যোৱাটো উচিত নহ’ব।

পৰিকল্পনা অনুযায়ী সৰুসজাই ষ্টেডিয়ামত ৪ ছেপ্তেম্বৰৰ সম্বৰ্ধনা অনুষ্ঠানত ভাগ ল’বলৈ সকলো প্ৰধান ক্ৰীড়া সংস্থাক আহ্বান জনোৱা হ’ব। ‘প্ৰত্যেকেই যি যেনেকে ভাল দেখে সম্বৰ্ধনা জনাব,’ বিষয়াগৰাকীয়ে ক’লে।

সাধাৰণ ৰাইজকো অনুষ্ঠানত ভাগ ল’বলৈ অনুমতি দিয়া হ’ব; এছিয়ান গে’মছত হিমাৰ প্ৰদৰ্শনক লৈ অসমৰ প্ৰত্যেকজন লোক গৌৰৱান্বিত বুলি উল্লেখ কৰি বিষয়াগৰাকীৰ দাবী।

অৱশ্যে হিমাৰ ৰাজহুৱা সম্বৰ্ধনাৰ পৰিকল্পনাক লৈ অসম চৰকাৰে কোনো বিভাগীয় ঘোষণা কৰা নাই। তেওঁ অহাৰ দিনটো নিশ্চিত হোৱাৰ পিছত সোমবাৰে চূড়ান্ত ঘোষণা কৰা হ’ব, বিষয়াগৰাকীয়ে জনালে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd