DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-গুৱাহাটীত গা ধুবলৈ মাতি নি এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক হত্যা কৰাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2019 4:49 pm
NG murder

হত্যা কাণ্ডক লৈ উত্তৰ গুৱাহাটীত উত্তেজনা

9.4k
VIEWS
Share on FacebookShare on Twitter

গা ধুবলৈ মাতি নি এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক ওচৰৰে বন্ধু এজনে হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰমাণ হোৱাৰ পাছত সমগ্ৰ ঘটনাক লৈ আজি উত্তৰ-গুৱাহাটীৰ বিহলঙনীত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণি অনুসৰি, উত্তৰ-গুৱাহাটীৰ বিহলঙনীৰ নিবাসী মিণ্টু চামুৱা নামৰ এজন ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰক দেওবাৰে ওচৰৰে এজন বন্ধুই গা ধুবৰ বাবে মাতি লৈ যায়। গা ধুবৰ বাবে মাতি নি বন্ধুজনে মিণ্টুক হত্যা কৰি এটা খাৱৈত পেলাই থৈ আহে।

আনহাতে, গা ধুবৰ বাবে ওলাই যোৱা মিণ্টু উভতি নহা বাবে পৰিয়ালৰ লোকৰ মাজত বিচাৰ-খোচাৰ লাগে আৰু পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত সন্ধান চলাই অৱশেষত ৰহধলা পথাৰৰ খাৱৈৰ পৰা সন্ধানহীন ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰাৰ সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লৈ যায়।

উল্লেখযোগ্য যে, আজি প্ৰকাশ পোৱা মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত ছাত্ৰজনক হত্যা কৰাৰ কথাটো নিশ্চিত কৰা হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে গাঁৱখনৰ ৰাইজে হত্যাকাৰী বন্ধুজনৰ ঘৰত তলা ওলোমাই দিয়ে আৰু প্ৰতিবাদ সাব্যস্ত কৰে।

বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষীয়ে মিণ্টুক হত্যা কৰা বন্ধুজনক আটক কৰিছে। হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ অহিব বুলি স্থানীয় ৰাইজে আশা কৰিছে।

Recent News

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

বিশ্বনাথ জিলাত তিনিখনকৈ আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন মুখ্যমন্ত্রীৰ

বিশ্বনাথ জিলাত তিনিখনকৈ আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন মুখ্যমন্ত্রীৰ

ৰে’ল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক; নিৰ্বিকাৰ ৰে’ল কৰ্তৃপক্ষ, জিলা প্ৰশাসন

ৰে’ল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক; নিৰ্বিকাৰ ৰে’ল কৰ্তৃপক্ষ, জিলা প্ৰশাসন

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd