DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা বিৰোধী আন্দোলনৰ চহিদ ঈশ্বৰ নায়কক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 10:02 pm
228bf69d-9987-43d7-8ec8-ea4a0d1e6c0d

ফটো : নৰ্থ-ইষ্ট নাও

25.4k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন কৰি আৰক্ষীৰ গুলীত মৃত্যু হোৱা পাঁচজন চহিদৰ অন্যতম ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাৰ ঈশ্বৰ নায়কৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বিভিন্ন দল-সংগঠনৰ সহায়ত আজি অনুষ্ঠিত হয়।

মাজুলী চাহ বাগিচাত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পুৱাই বিভিন্ন দল-সংগঠনৰ পতাকা অৰ্ধনিমিত কৰি কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী চহিদক শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছতেই পিতৃ নিৰাকাৰ নায়কে চহিদ পুত্ৰ ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দুপৰীয়া সঞ্জীৱ তাঁতিৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত চহিদগৰাকীৰ স্মৃতিত প্ৰকাশিত “শ্বহীদ ঈশ্বৰ নায়ক” নামৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী আদিবাসী সাহিত্য কোষৰ সভাপতি সঞ্জয় কুমাৰ তাঁতিয়ে।

তেওঁ ভাষণ প্ৰসংগত কয় “নাগৰিকত্ব সংশোধনী আইনে সমগ্ৰ অসমৰ লগতে চাহ জনগোষ্ঠী, আদিবাসীতে ধৰি সকলোকে ক্ষতিগ্ৰস্ত কৰিব”।

চৰকাৰে বিভিন্ন ষড়যন্ত্ৰৰে আমাৰ মাজত বিভাজন আনি ‘কা’ বিৰোধী আন্দোলনখনক দুৰ্বল কৰাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি সকলো ৰাইজকে চৰকাৰৰ ষড়যন্ত্ৰত ভোল নাযাবলৈ আহ্বান জনায় সঞ্জয় কুমাৰ তাঁতিয়ে।

Recent News

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd