• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বেয়া খবৰ; চেতেশ্বৰ পুজাৰাৰ সৈতে চুক্তি বাতিল কৰিলে ইংলেণ্ডৰ এটা কাউণ্টি ক্লাবে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2020 8:57 am

1 min read

Pujara_3
819
VIEWS
Share on FacebookShare on Twitter

বিশ্বত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বাবে ভাৰতীয় টেষ্ট দলৰ বেটছমেন চেতেশ্বৰ পুজাৰাৰ সৈতে থকা চুক্তি বাতিল কৰিলে ইংলেণ্ডৰ কাউণ্টি দল গ্লুষ্টাৰশ্বেয়াৰে।

১২ এপ্ৰিলৰ পৰা ২২ মে’লৈকে চুক্তিবদ্ধ হোৱা পুজাৰাই এই দলটোৰ হৈ ছয়খন চেম্পিয়নশ্বিপ মেচ খেলাৰ কথা আছিল।

এই সন্দৰ্ভত ক্লাবে কয়, ‍‘আমি ২০২০ ছিজনত চেতেশ্বৰ পুজাৰাৰ সুন্দৰ বেটিং দেখিবলৈ নাপাম। আপোনালোক অৱগত যে মে’ মাহলৈকে কোনো ক্ৰিকেট অনুষ্ঠিত নহয়। কোভিদ-১৯ৰ প্ৰভাৱ সমগ্ৰ দেশতে বৃদ্ধি পাবলৈ ধৰিছে’।

উল্লেখ্য যে কাউণ্টি চেম্পিয়নশ্বিপ ডিভিজন এক ক’ৰ’নাৰ বাবে স্থগিত কৰিব লগা হৈছিল। এই চেম্পিয়নশ্বিপখন ১২ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

পুজাৰাই ইয়াৰ পূৰ্বে ইংলেণ্ডত ডৰ্বিছায়াৰ, য়ৰ্কছায়াৰ আৰু নটিংহামছায়াৰৰ হৈ খেলিছিল।

ভাৰতীয় টেষ্ট দলৰ মুখ্য বেটছমেন পুজাৰা আগন্তুক কাউণ্টি ছিজনৰ বাবে যথেষ্ট উৎসাহী হৈ আছিল। কিন্তু এতিয়া মহামাৰী ক’ৰ’নাৰ বাবে চুক্তি বাতিল হোৱাত ৩২ বছৰীয়া বেটছমেনগৰাকীক কিছু অসন্তুষ্ট হৈ পৰিছে।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd