• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১২৪৭ কিলোগ্ৰাম! এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িলে এটা ৰঙালাৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2023 12:46 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

আপুনি বিশ্বাস কৰকেই বা নকৰক। এইটো এটা ৰঙালাও। দেখিলেই চকু কপালত উঠিছে আপোনাৰ। বিশ্বৰ সৰ্ববৃহৎ ৰঙালাও হিচাপে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই ৰঙলাওটোৱে।

এই ৰঙালাওটোৰ নাম দিয়া হৈছে মাইকেল জৰ্ডান।  ২৭৪৯ পাউণ্ড অৰ্থাৎ ১২৪৭ কিলোগ্ৰাম ওজনৰ বাবে বিশ্ব  অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মাইকেল জৰ্ডানে। 

মাইকেলৰ খেতিয়ক ট্ৰেভিছ জেয়েঞ্জাৰে মাইকেলৰ এই অভিলেখৰ বাবে লাভ কৰিছে ৩০ হাজাৰ ডলাৰ মূল্য। ট্ৰেভিছ জেয়েঞ্জাৰ হৈছে মিনেছ’টাৰ উদ্যান শস্যৰ এজন কৃষই বিভাগৰ শিক্ষক। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৬৫৫ পাউণ্ডৰ এটা ৰঙালাওৰ হাতত আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ ৰঙালাও হোৱাৰ ৰেকৰ্ড। কিন্তু এই ৰেকৰ্ড ভংগ কৰি শেহতীয়াকৈ মাইকেল জৰ্ডান হৈ পৰিছে বিশ্বৰ সৰ্ববৃহৎ ৰঙালাও। 

কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা World Championship Pumpkin Weigh-Off ত অংশ লৈ ট্ৰেভিছ জেয়েঞ্জাৰে উৎসাহেৰে কয় যে তেওঁ এই ৰঙালাওটো ডাঙৰ কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিছিল আৰু ৰঙালাও জোপাৰ গুৰিত দৈনিক ১২ বাৰকৈ সাৰ-পানী যোগান ধৰিছিল। 

মিষ্টাৰ জিঞ্জাৰে যোৱা ১০ এপ্ৰিলত মিনেছ’টাত শস্য উদ্যানত মাইকেল জৰ্ডানক ৰোপণ কৰিছিল আৰু ইয়াৰ পৰিচৰ্যাত প্ৰায় ১৫ হাজাৰ ডলাৰ ব্যয় কৰিছিল। 

যোৱা সপ্তাহত তেওঁ মাইকেলক প্ৰতিযোগিতাৰ বাবে কেলিফৰ্ণিয়ালৈ লৈ গৈছিল। কিশোৰ অৱস্থাৰ পৰাই ৰঙালাও খেতি কৰি জেয়েঞ্জাৰে এতিয়ালৈকে তিনিবাৰকৈ চেম্পিয়নশ্বিপ লাভ কৰিছে।

লগতে পঢ়কঃ সৰু-সুৰা কামতেই লাখ টকাৰ দৰমহা! কিয় হাজাৰ হাজাৰ ভাৰতীয় যায় ইজৰাইললৈ?

লগতে পঢ়কঃ ইন্দ্ৰাণী তহবিলদাৰ মৃত্যু : মহানগৰ আৰক্ষীয়ে দাখিল কৰিলে ১২০০ পৃষ্ঠাৰ অভিযোগনামা

লগতে পঢ়কঃ ৰাতিপুৱাই খাওঁক গৰম পানী, আছে অনেক উপকাৰিতা

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd