• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দানবীৰ! কৰ’না ৰোগীৰ প্ৰাণ বচাবলৈ দান কৰিলে ১৪ বাৰকৈ প্লাজমা! প্ৰয়োজনত আৰু দান কৰিবলৈ সাজু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 4:52 pm
plasma-therapy
484
VIEWS
Share on FacebookShare on Twitter

কোভিড আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা বহুতেই কোভিড ৰোগীক প্লাজমা দান কৰিছে। কিন্তু সেইবুলি ১৪ বাৰকৈ প্লাজমা দান?

পুন্ৰ ৫০ বছৰীয়া এগৰাকী ব্যক্তিয়ে ১৪বাৰকৈ প্লাজমা দান কৰি অভিলেখ সৃষ্টি কৰিছে।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ দেখুৱাই অজয় মুনোটৰ দাবী,’’ মই দেশৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে ১৪ বাৰকৈ প্লাজমা দান কৰিছো।‘’

প্ৰমাণ পত্ৰত লিখা আছে,’’এগৰাকী ব্যক্তি যিয়ে সৰ্বাধিক বাৰ প্লাজমা দান কৰিছে, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, ২০২২ৰ পৰা আপোনাক অভিনন্দন। আপোনাৰ প্ৰচেষ্টা আৰু ধৈৰ্যৰ আমি প্ৰশংসা কৰিছো। আপোনাৰ দক্ষতা স্বীকাৰ কৰি তাক অনুমোদন কৰা হ’ল।‘’

যোৱা বছৰ কোভিডত আক্ৰান্ত হোৱাৰ পাছত অজয় লাহে লাহে সুস্থ হৈ উঠিছিল। তাৰ পাছত কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰা আৰম্ভ কৰে।

অজয়ে কয়,’’মই সুস্থ হৈ উঠাৰ ২৮দিন পাছত প্ৰথম এগৰাকী গুৰুতৰভাৱে অসুস্থ ৰোগীক প্লাজমা দান কৰিছো।‘’

সুস্থ হৈ উঠা ৰোগীৰ পৰিয়ালে অজয়ক কৃতজ্ঞ জনায়। তেওঁলোকে জানিবলৈ দিয়ে যে অজয় মুনোটে ততাতয়াকৈ আগবাঢ়ি নহাহেঁতেন তেওঁলোকৰ মাতৃক বচোৱাটো কঠিন হ’লহেঁতেন।

অৱশ্যে অজয়ে কয়,’’মই ১৪বাৰ বাবে প্লাজমা দান কৰিছো। মই কেতিয়াও দুৰ্বল বা অসুবিধা বোধ কৰা নাই। মানুহৰ এক ভ্ৰান্ত ধাৰণা আছে যে প্লাজমা দানৰ সময়ত তেজ উলিওৱা হয়। তেজতকৈ প্লাজমা পৃথক। প্লাজমাত এন্টিবডী থাকে। প্লাজমা দান ৰক্তদান নহয়। প্লাজমা দানৰ পাছত কোনেও দুৰ্বল বা অসুস্থতা অনুভৱ নকৰে। নমাহ পাছতো মোৰ শৰীৰত যথেষ্ট এন্টিবডী আছে। লাগিলে আৰু দান কৰিম।‘’

Tags: COVID-19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd