• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে

তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ চৰকাৰক দাবী

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 1, 2021 5:33 pm
Punjab CM Charanjit Singh Channi meets PM Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। সাক্ষাতত চন্নীয়ে প্ৰধান মন্ত্ৰীৰ সৈতে ধান সংগ্ৰহত পলম হোৱাৰ বিষয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰই বৃহস্পতিবাৰে শেহতীয়া ধাৰাসাৰ বৰষুণৰ ফলত শস্যৰ পৰিপক্কতা বিলম্বিত হোৱাৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা ধান ক্ৰয় ১১ অক্টোবৰলৈ স্থগিত ৰাখিছিল। যাৰ ফলত কৃষি ভিত্তিক ৰাজ্য দুখনৰ কৃষকসকলৰ মাজত অস্থিৰতা সৃষ্টি হৈছিল।

তদুপৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চন্নীয়ে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃষকসকলৰ প্ৰতিবাদৰ বিষয়টো সমাধান কৰিবলৈ আৰু প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়।

Apply Now

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পিছত চন্নীয়ে সাংবাদিকৰ আগত কয়, “মই কেন্দ্ৰীয় চৰকাৰক বিতৰ্কিত তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো।”

ইফালে নৱজ্যোত সিং সিদ্ধুৱে পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বীপদ ত্যাগ কৰি ৰাজ্যখনত শাসকীয় দলটোক নতুন অস্থিৰতাৰ মাজত পেলাই দিয়াৰ পিছত কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় সিদ্ধু।

বৃহস্পতিবাৰে আলোচনাত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সমাধান হোৱা দেখা গৈছে আৰু সিদ্ধু আৰু মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে নতুন নিযুক্তিৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হৈছে।

সূত্ৰ অনুসৰি দুয়োপক্ষই তিনি ঘণ্টাৰ বৈঠকত এজন এডভোকেট জেনেৰেলৰ নিযুক্তিৰ সিদ্ধান্ত কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত দাখিল কৰিবলৈ সন্মত হয়।

আনহাতে বৃহস্পতিবাৰে অমৰিন্দৰ সিঙে নিশ্চিত কৰে যে তেওঁ বিজেপিত যোগদান নকৰে। অৱশ্যে তেওঁ কংগ্ৰেছ ত্যাগ কৰিব বুলি জানিবলৈ দিয়ে।

দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীপদ ত্যাগ কৰিবলৈ বাধ্য হোৱা সিঙে মন্তব্য কৰিছিল যে তেওঁক যিদৰে ব্যৱহাৰ কৰা হ’ল,সেইয়া খুবেই অপমানজনক।

এনে অপমানৰ পাছত দলত থকাটো সম্ভৱ নহয় বুলি নিজ ভাষ্যত উল্লেখ কৰে অমৰিন্দ্ৰৰ সিঙে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd