• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অসাৱধানতাৰ ভয়াৱহ পৰিণতি: আৰক্ষী বিষয়াৰ পিষ্টলৰ গুলীত গুৰুতৰভাৱে আহত দোকানৰ কৰ্মচাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2022 8:35 pm
Punjab Cop Fires Accidentally
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী আৰক্ষী বিষয়াৰ অসাৱধানতাৰ ফলশ্ৰুতিত পঞ্জাৱত আজি সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। আৰক্ষী বিষয়া গৰাকীৰ অসাৱধানতাৰ ফলত তেওঁৰ চাৰ্ভিচ পিষ্টলৰ পৰা ওলোৱা গুলীৰ আঘাতত এতিয়া সংকটাপন্ন অৱস্থাত চিকিৎসাধীন হ’বলগীয়া হৈছে এগৰাকী যুৱক।

পঞ্জাৱৰ অমৃতসৰস্থিত এখন মোবাইলৰ দোকানত আজি দুপৰীয়া সংঘটিত হৈছে এই ঘটনা। দোকানখনৰ চিচিটিভি কেমেৰাত বন্দী হৈছে এই সমগ্ৰ ঘটনাৰ দৃশ্য। সম্প্ৰতি এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Apply Now

ভিডিঅ’টোত আৰক্ষী বিষয়া গৰাকীয়ে কঁকালৰ পৰা চাৰ্ভিচ পিষ্টলটো উলিয়াই কাউণ্টাৰত থোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু অলপ পিছতে বিষয়াগৰাকীয়ে অসাৱধানতাবশত: পিষ্টলৰ ট্ৰিগাৰটোত হেঁচা দিয়ে।

পিষ্টলৰ পৰা ওলোৱা গুলীয়ে তৎমুহূৰ্ততে তেওঁৰ সন্মুখত ৰৈ থকা দোকালখনৰ এগৰাকী কৰ্মচাৰীক আঘাত কৰে। গুলীৰ আঘাতত লগে লগে থকা ঠাইতে ঢলি পৰে কৰ্মচাৰীগৰাকী।

এই আকস্মিক ঘটনাৰ পিছতে দোকানৰ আনসকল কৰ্মচাৰী আৰু সেই সময়ত উপস্থিত থকা আন কেইবাগৰাকীমান লোকে গুলীবিদ্ধ যুৱকগৰাকীক দাঙি নি ততাতৈয়াকৈ এখন গাড়ীত বহুৱাই চিকিৎসালয়লৈ লৈ যায়।

জানিব পৰা মতে বৰ্তমান চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত যুৱকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক।

#WATCH | A youth working in a mobile shop got injured in an alleged accidental firing by a policeman in Punjab’s Amritsar

The accused police official has been suspended. We’ve recovered the CCTV footage: Varinder Singh, ACP North, Amritsar

(CCTV visuals) pic.twitter.com/N8R0VpMhH0

— ANI (@ANI) October 19, 2022

ইফালে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰক্ষী বিষয়াগৰাকীৰ এনে অসাৱধানতাৰ বাবে তীব্ৰ সমালোচনা কৰিছে সকলোৱে।

ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ পাছতে তাৎক্ষণিভাৱে কাৰ্যকৰী হোৱাকৈ আৰক্ষী বিষয়াগৰাকীক নিলম্বিত কৰিছে। বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিশ্চিতি দিছে অমৃতসৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে জম্মু আৰু কাশ্মীৰত এনে অনুৰূপ ঘটনা সংঘটিত হৈছিল। এগৰাকী আৰক্ষীৰ পিষ্টলৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল এগৰাকী অসামৰিক লোকে। এই ঘটনাৰ পিছতে আৰক্ষী কৰ্মীগৰাকীক নিলম্বিত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd