• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য নেটিজেনৰ: কঠোৰ ব্যৱস্থা পঞ্জাৱ প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 10:35 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ ওপৰত ৬ অক্টোবৰত হোৱা জোতা নিক্ষেপ কৰিবলৈ লোৱা ঘটানাৰ পিছত তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত সাম্প্ৰদায়িক পোষ্ট প্ৰদানকাৰীৰ বিৰুদ্ধে পঞ্জাৱ পুলিছে ১০০ৰো অধিক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে একাধিক এফআইআৰ দাখিল কৰিছে। আম আদমি পাৰ্টিৰ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰে এই পোষ্টসমূহক “জাতি আৰু সাম্প্ৰদায়িক আৱেগক শোষণ কৰি শান্তি আৰু জনশৃংখলা বিঘ্নিত কৰাৰ প্ৰত্যক্ষ প্ৰয়াস” বুলি বৰ্ণনা কৰি এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে “কঠোৰ ব্যৱস্থা” গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে গোচৰৰ সঠিক সংখ্যা প্ৰকাশ কৰা নাই চৰকাৰে।

এই এফআইআৰসমূহ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ ধাৰাসমূহৰ অধীনত দাখিল কৰা হৈছে বুলি সদৰী কৰিছে। লগতে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনতো গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে।

Apply Now

উল্লেখ্য যে ৬ অক্টোবৰত আদালতত অধিবক্তা ৰাকেশ কিশোৰে মুখ্য ন্যায়াধীশ গাভাইৰ ওপৰত জোতা দলাই “সনাতন ধৰ্মৰ অপমান হিন্দুস্তানে সহ্য নকৰে” বুলি চিৎকাৰ কৰি উঠিছিল। অনুসূচিত জাতিৰ মুখ্য ন্যায়াধীশ গাভাইয়ে অধিবক্তাগৰাকীৰ বিৰুদ্ধে অভিযোগ নিদিয়াৰ বাবে কিশোৰৰ বিৰুদ্ধে কোনো অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। কিন্তু ভাৰতীয় বাৰ কাউন্সিলে তেওঁৰ আচৰণক “আদালতৰ নিয়ম আৰু মৰ্যাদাৰ বিপৰীত” বুলি উল্লেখ কৰি তৎক্ষণিকভাৱে তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰি অনুশাসনমূলক কাৰ্যবিধি আৰম্ভ কৰিছে।

পৰৱৰ্তী সময়ত অধইবক্তাগৰাকীয়ে এএনআইক দিয়া এক সাক্ষাৎকাৰত কয় যে মুখ্য ন্যায়াধীশ গাভাইয়ে তেওঁৰ উচ্চ সাংবিধানিক পদত “মহামহিম”ৰ মৰ্যাদা বজাই ৰাখিব লাগে। তেওঁ গাভাইৰ শেহতীয়া মন্তব্যক সমালোচনা কৰি প্ৰশ্ন কৰে যে, “আপুনি মৰিচাছলৈ গৈ কয় যে দেশ বুলডজাৰ শাসন নচলিব।” চৰকাৰী সম্পত্তিৰ বেদখলকাৰীৰ বিৰুদ্ধে যোগী জীয়ে বুলডজাৰৰ ব্যৱস্থা লোৱাটো ভুল নেকি?” উল্লেখ্য যে গাভাইয়ে এক ৰায়দানত ভাৰতৰ ন্যায় ব্যৱস্থাই “বুলডজাৰৰ শাসন” নহয়, আইনৰ শাসন অনুসৰণ কৰে বুলি স্পষ্ট ভাৱে উল্লেখ কৰিছিল। সেই সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে এনে অপৰাধৰ অভিযোগত জড়িত তথা সম্পত্তি ভাঙি পেলোৱাটো অবৈধ বুলি ঘোষণা কৰিছিল আৰু অবৈধ বেদখল মুক্তকৰণৰ বাবে যথাযথ প্ৰক্ৰিয়া মানিব চলিব লাগে বুলি উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd