• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাৰ্মানীৰ  আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানত পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণ বিষয়ক বক্তৃতা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 7, 2024 7:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিলুপ্তপ্ৰায় হাড়গিলা পক্ষী সংৰক্ষণৰ কাৰণে কৰি অহা নিৰলস প্ৰচেষ্টাৰ বাবে উচ্চ প্ৰশংসিত বন্যপ্ৰাণী সংৰক্ষণবিদ তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ জীৱবিজ্ঞানী ড: পূৰ্ণিমা দেবী বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ “উইলহেমা জুলজিকেল এণ্ড বোটানিকেল গাৰ্ডেন”ৰ অক্টোবৰ মাহৰ পৰিৱেশ শিক্ষা কাৰ্যসূচীলৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে । 

ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অৱ দ্যা আৰ্থ বঁটা প্ৰাপক তথা “হুইটলে ফাণ্ড ফৰ নেচাৰ”য়ে প্ৰদান কৰা গ্ৰীণ অস্কাৰ খ্যাত “হুইটলে গ’ল্ড এৱাৰ্ড”ৰ দুবাৰৰ বিজয়ী ড: বৰ্মনে এই কাৰ্যসূচীত পৰিৱেশ শিক্ষা বিষয়ক বিভিন্ন অধিবেশন, কৰ্মশালা, বক্তৃতা, খেল-ধেমালি আৰু হস্তকলাৰ জৰিয়তে তেওঁৰ সংৰক্ষণ কৰ্মৰ বিষয়ে মত-বিনিময় কৰিব ।

Apply Now

৮ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ জাৰ্মানীৰ লেইপজিগ চিৰিয়াখানাত অনুষ্ঠিত হ’বলগীয়া অতি সন্মানীয় ইউৰোপীয় চিৰিয়াখানা আৰু একুৰিয়াম সংস্থাৰ (এফ এ জেদ এ) বাৰ্ষিক সন্মিলনৰ অতিথি বক্তা হিচাপেও বৰ্মনক নিমন্ত্ৰণ জনোৱা হৈছে।

তেওঁ অসমত বিলুপ্তপ্ৰায় হাড়গিলা (গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক) আৰু মানুহৰ সহাৱস্থান আৰু “এডজুটেণ্ট ষ্টৰ্ক” আৰু অন্যান্য পক্ষী প্ৰজাতিৰ বাবে ফলপ্ৰসূ পৰিৱেশ শিক্ষাৰ আৰ্হি বিষয়ক দুটা বক্তৃতা দিব ।

ইতিমধ্যে ষ্টুটগাৰ্টত উপস্থিত হোৱা ড: বৰ্মনে পৰিৱেশ শিক্ষা আৰু হাড়গিলা সংৰক্ষণ সজাগতা বিষয়ক শিক্ষা বিনিময় কাৰ্যসূচীৰ আৰম্ভণি কৰিছে।

জাৰ্মানীত থকা সময়ছোৱাত ড০ বৰ্মনে সংৰক্ষণৰ প্ৰচেষ্টাত সহযোগিতা আৰু বিপন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বৃদ্ধিৰ অৰ্থে মিউনিখৰ চিৰিয়াখানা,  ফ্ৰেংকফুৰ্ট চিৰিয়াখানাকে ধৰি কেইবাখনো ইউৰোপীয় চিৰিয়াখানা ভ্ৰমণ কৰিব।

ড০ পূৰ্ণিমাৰ এই ভ্ৰমণে বিপন্ন প্ৰজাতিৰ সুৰক্ষাৰ প্ৰচেষ্টা আৰু পৰিৱেশ শিক্ষাক আগবঢ়াই নি বিশ্বৰ সংৰক্ষণ কৰ্মীসকলৰ মাজত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ সহযোগিতা সৃষ্টিত সহায় কৰিব ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd