• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলন্ত গাড়ীত বুক ডাউন মাৰি কি পৰিণতি হ’ল যুৱকৰ? ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 4:19 pm
a bbo
422
VIEWS
Share on FacebookShare on Twitter

বুক ডাউন মৰাটো শৰীৰৰ পক্ষে ভাল। কিন্তু বুক ডাউন কৰাটো একোটা নিৰ্দিষ্ট স্থান থাকে। সেই স্থানক বাদ দি আন ঠাইত বুক ডাউন কৰিলে হিতে বিপৰীত হোৱাৰহে আশংকা থাকে।

তেনে এটা ঘটনাই ঘটিছে উত্তৰ প্ৰদেশত।উত্তৰ প্ৰদেশৰ এজন যুৱকে চলন্ত গাড়ীৰ অপৰত বুক ডাউন মাৰি এতিয়া আইনৰ ৰোষত পৰিবলগীয়া হৈছে।

উজ্জ্বল যাদৱ নামৰ যুৱক জনে উত্তৰ প্ৰদেশৰ ৰাজপথৰ ওপৰতে এখন চলন্ত গাড়ীৰ পৰা নামি গৈ গাড়ী খনৰ ওপৰত উঠে আৰু বুক ডাউন মাৰিবলৈ আৰম্ভ কৰে।

যুৱক জনে আনকি তেওঁৰ এই দুঃসাহসিক কাৰ্যৰ ভিডিঅ’ও কৰি ৰাখে।

এটা সময়ত সেই ভিডিঅ’ হাত বাগৰি গৈ পৰে ৰাজ্যখনৰ আৰক্ষীৰ হাতত।

আৰক্ষীয়ে আইন উলংঘা কৰি চলন্ত গাড়ীৰ ওপৰত বুক ডাউন মৰা যুৱক উজ্জ্বল যাদৱক তাৎক্ষণিক ভাবে আটক কৰে।

Some Pushups will only bring you down in the eyes of Law !

Stay Strong, Stay Safe !#UPPCares #UPPolice pic.twitter.com/dvGSjtL2Az

— UP POLICE (@Uppolice) March 13, 2021

কেৱল সেয়াই নহয়, আৰক্ষীয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে উজ্জ্বল যাদৱে চলন্ত গাড়ীৰ ওপৰত বুক ডাউন মৰাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰচাৰো কৰে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰচাৰ কৰা ভিডিঅ’টো লগে লগে ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত আৰক্ষীয়ে আইন উলংঘা কৰি এনে বিপজ্জনক কাম কৰাটো কিমান বয়াৱহ হ’ব পাৰে সেই কথাও প্ৰকাশ কৰিছে।

চলন্ত গাড়ীৰ ওপৰত বুক ডাউন মাৰি আটক হোৱা যুৱক উজ্জ্বল যাদৱক আৰক্ষীয়ে আইন অনুসৰি জৰিমনা বিহিছে।

আৰক্ষীৰ দণ্ডৰ সন্মুখীন হোৱাৰ পিছতে যুৱক জনে কৈছে যে তেওঁ যি কাম কৰিছিল সেয়া সঁচাকৈয়ে মাৰাত্মক কাম।

ভৱিষত্যে  কেতিয়াও এনে কাম নকৰে বুলিও  তেওঁ কথা দিয়ে। তেওঁ লগতে এনে কাম নকৰিবলৈ সকলোকে আহ্বান জনায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd